• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংঘাত অব্যাহত! একেখন বিয়াঘৰতে ইজনে সিজনক আওকাণ কৰি চলিলে নয়নতৰা-ধনুষে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2024 2:55 pm
অভিনেতা-প্ৰযোজক ধনুষ আৰু নয়নতৰা। ফটোঃ সংগ্ৰহীত।

অভিনেতা-প্ৰযোজক ধনুষ আৰু নয়নতৰা। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধনুষ আৰু নয়নতৰাৰ সংঘাতে শিৰোণাম অধিকাৰ কৰিছে। অভিনেতা-প্ৰযোজক ধনুষে নয়নতৰাৰ বিৰুদ্ধে ১০ কোটি টকাৰ ক্ষতিপূৰণৰ বাবে আইনী জাননী প্ৰেৰণ কৰিছে। ‘এন অ’ চি’ নিদিয়া সত্ত্বেও নয়নতৰাৰ তথ্যচিত্ৰ ‘নয়নতৰা: বিয়ণ্ড দ্য ফেয়াৰটেল’ত তেওঁৰ দ্বাৰা নিৰ্মিত ছবিৰ ফুটেজ ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ আনিছে। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰে দক্ষিণৰ ‘লেডী ছুপাৰষ্টাৰ’। তেওঁৰ অভিযোগ যে ধনুষে ‘ভাল মানুহৰ’ মুখা পিন্ধে। এই সকলোবোৰৰ মাজতে একেখন ৰভাৰ তলত দেখা গৈছিল দুই তাৰকাক।

আইনী যুঁজ চলি আছে। ইফালে একেটা অনুষ্ঠানতে ধনুষ আৰু নয়নতৰাক দেখা গ’ল। দক্ষিণৰ প্ৰযোজক আকাশ ভাস্কৰণৰ বিয়াত উপস্থিত আছিল ধনুষ আৰু নয়নতৰা-ভিগনেশ। আকাশে ধনুষৰ সৈতে একেলগে প্ৰযোজনা কৰিছে নতুন ছবি ‘ইদলী কড়াই’। এই সপ্তাহতে তেওঁৰ বিয়াত উপস্থিত আছিল তামিল উদ্যোগৰ কেইবাগৰাকীও তাৰকা। নয়নতৰা আৰু ধনুষো তাৰ ভিতৰত আছিল। তাৰেই এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

Apply Now

ভিডিঅ’টোত দেখা গৈছে যে বিয়াঘৰত একেখন ৰভাৰ তলত থাকিও ধনুষ আৰু নয়নতৰাই ইজনে সিজনৰ লগত কথা পতা নাই। দেখিও তেওঁলোকে ইজনে সিজনক এৰাই চলিছিল। দেখা যায় যে ধনুষ আৰু নয়নতৰা চোফাখনৰ একেবাৰে সন্মুখৰ শাৰীতে বহি আছে, কিন্তু দুয়ো দুই মূৰত। অনুষ্ঠানলৈ অহা বাকী অতিথিসকলৰ লগত কথা পাতিছে। এই ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

#Dhanush and #Nayanthara Spotted in same hall..🤯🔥

pic.twitter.com/rOw4xC3Ger

— Tharani ᖇᵗк (@iam_Tharani) November 21, 2024

এখন মুকলি পত্ৰত অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে ধনুষে শত্ৰুতা সৃষ্টিৰ বাবে ১০ কোটি টকাৰ ক্ষতিপূৰণৰ বাবে আইনী জাননী প্ৰেৰণ কৰিছে। তেওঁৰ মতে, ধনুষ আনৰ ভাল কামত সুখী নহয়, সেই বিশেষ চিনেমাখন সফল হ’লেও ধনুষে সেইটো ভালভাৱে মানি লোৱা নাছিল। সেই ‘হিংসা’ৰ পৰাই অভিনেতা-প্ৰযোজকগৰাকীয়ে এনে কাম কৰিছে বুলি নয়নতৰাই দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd