• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণিতত কিয় দিয়া নহয় নোবেল বঁটা? প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই বাদ দিয়া হ’ল গণিতক!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 27, 2024 6:27 pm
109
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হৈছে ‘নোবেল’। মানৱ কল্যাণৰ সৈতে জড়িত বিষয়ৰ গুৰুত্ব বিচাৰ কৰাটোৱেই হৈছে ‘নোবেল’ বঁটাৰ মূল কথা।

ডাইনামাইটৰ উদ্ভাৱক ছাৰ আলফ্ৰেড নোবেলৰ নামেৰে এই বঁটা প্ৰদান কৰা হয়। তেওঁৰ মুঠ সম্পত্তিৰ প্ৰায় ৯৪ শতাংশ এই বঁটাৰ বাবে দান কৰিছিল।

আলফ্ৰেড নোবেলে তেওঁৰ পুৰস্কাৰৰ তালিকাত বিজ্ঞানৰ তিনিটা শাখা অন্তৰ্ভুক্ত কৰিছিল: পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু চিকিৎসা বিজ্ঞান। কিন্তু বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা বাদ দিলে তেওঁ। সেয়া হ’ল গণিত।

আলফ্ৰেড নোবেলে নোবেল বঁটাৰ বাবে গণিত বিষয়টোক কিয় অন্তৰ্ভুক্ত কৰা নাছিল? ইয়াৰ উত্তৰ বিচাৰি থাকোঁতে বহুতো জনশ্ৰুতি পোহৰলৈ আহিছে।

ইয়াৰে আটাইতকৈ জনপ্ৰিয় কথাটো হ’ল যে যদিও আলফ্ৰেড নোবেলে আলেকজেণ্ড্ৰা নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰিছিল। মহিলাগৰাকীয়ে আলফ্ৰেড নোবেলৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰি এজন গণিতজ্ঞৰ সৈতে বিবাহপাশত আবদ্ধ হয়।  যাৰ বাবে নোবেল বঁটাত গণিতক অন্তৰ্ভুক্ত নকৰিলে বিজ্ঞানীগৰাকীয়ে।

আন্ফাতে, আলফ্ৰেড নোবেল নিজেই আছিল এজন পদাৰ্থবিজ্ঞানী আৰু ৰসায়নবিদ। তেওঁ গৱেষণাত গণিতৰ বিশেষ ব্যৱহাৰ কৰা নাছিল। গতিকে এই সন্মানৰ বাবে তেওঁ গণিত বাছি লোৱা নাছিল। অৱশ্যে এই সকলোবোৰেই মুখে মুখে চলা কাহিনী। ইয়াৰ কোনো প্ৰমাণ নাই।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd