• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিষাক্ত বন্ধুৰ ৮টা লক্ষণ! আপোনাৰ বন্ধুৱেও কেতিয়াবা এইবোৰ কথা কয় নেকি? জানি লওক গোপনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2024 7:52 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

210
VIEWS
Share on FacebookShare on Twitter

বন্ধুত্ব জীৱনৰ আটাইতকৈ সুন্দৰ সম্পৰ্ক। কিন্তু কেতিয়াবা এই সম্পৰ্ক বিষাক্ত হৈ পৰে, তেনে ক্ষেত্ৰত ইয়াক চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। প্ৰশ্নটো হ’ল, আপোনাৰ কোনো বন্ধু আপোনাৰ বাবে বিষাক্ত নেকি সেয়া আপুনি কেনেকৈ জানিব? প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ মাৰিছা জি ফ্ৰাংকোৱে সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাতকাৰত জনাইছিল যে কিছুমান বিশেষ বাক্যাংশ আছে যিয়ে বিষাক্ত বন্ধুক চিনাক্ত কৰে।

যদি আপোনাৰ কোনো বন্ধুৱে এইবোৰ কথা সঘনাই কয়, তেন্তে তেওঁ আপোনাৰ মানসিক শক্তি শেষ কৰি পেলোৱাৰ সম্ভাৱনা থাকে আৰু আপোনাৰ বাবে ক্ষতিকাৰক।

যি ৮টা বাক্যাংশ বিষাক্ত বন্ধুৱে আপোনাক কয়-

১. তুমি খুব সংবেদনশীল – বন্ধুসকলে যেতিয়া আপোনাৰ অনুভৱক সহজভাৱে লয় তেতিয়া ইয়াক আপোনাৰ দুৰ্বলতা বুলি কোৱা হয়।

২. এইটোতো মজা কৰিছিলো– আপোনাৰ ওপৰত কৰা ঠাট্টাক ন্যায্যতা প্ৰদান কৰিবলৈ ইয়াক সহজভাৱে লোৱা।

৩. মোৰ দৰে বন্ধু পোৱাটো তোমাৰ ভাগ্য- এনেদৰে কৈ বন্ধুৱে নিজকে আপোনাতকৈ ভাল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে।

৪. তুমি মোৰ ওচৰত ঋণী- যেতিয়া কোনো বন্ধুৱে উপকাৰ কৰাৰ কথা কয় আৰু আপোনাৰ মনত অপৰাধবোধ আনি দিয়ে।

৫. তুমি আগতে ভাল আছিলা– এইটো আপোনাৰ পৰিৱৰ্তনক নেতিবাচকভাৱে দেখুওৱাৰ প্ৰয়াস কৰে।

৬. তোমাৰ পদোন্নতি কেনেকৈ হ‘ল?- আপোনাৰ কঠোৰ পৰিশ্ৰমক তুচ্ছজ্ঞান কৰি আপোনাৰ সফলতাক লৈ প্ৰশ্ন উত্থাপন কৰা।

৭. মোৰ বেয়া লাগিছে যে তুমি এনে অনুভৱ কৰিছা– ক্ষমা বিচৰাৰ সলনি নিজৰ ভুলক নায্যতা দিয়া।

৮. একো নাই- যেতিয়া বন্ধুৱে আপোনাৰ পৰা দূৰত্ব সৃষ্টি কৰে আৰু অকাৰণতে কথা বন্ধ কৰি দিয়ে।

কেৱল এই বাক্যবোৰৰ ওপৰত ভিত্তি কৰিয়েই বন্ধুক বিষাক্ত বুলি গণ্য কৰা উচিত নে?

ডাঃ ড. ফ্ৰাংকোৱে কয় যে কেৱল এই কথাবোৰৰ ভিত্তিতে কব নোৱাৰি যে সম্পৰ্কটো বিষাক্ত। কিন্তু ইয়াৰ দিশবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। নিজকে সুধিব লাগিব। তেনেকৈ কথা পতা বন্ধুসকল, আপোনাৰ প্ৰয়োজনৰ সময়ত সদায় আপোনাৰ কাষত থাকেনে? তেওঁলোকে আপোনাৰ কথা চিন্তা কৰেনে? তেওঁলোকে আপোনাৰ ইতিবাচক দিশবোৰৰ শলাগ লয়নে? যদি নহয়, তেন্তে এই বাক্যবোৰ বিষাক্ত বন্ধুৰ লক্ষণ।

জীৱনত বন্ধু অতি গুৰুত্বপূৰ্ণ, কিন্তু বিষাক্ত বন্ধুৰ পৰা দূৰত্ব বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। নিজৰ মানসিক আৰু আৱেগিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক আৰু জীৱনত ইতিবাচক দৃষ্টিভংগী বজাই ৰাখক।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd