• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষাক্ত বন্ধুৰ ৮টা লক্ষণ! আপোনাৰ বন্ধুৱেও কেতিয়াবা এইবোৰ কথা কয় নেকি? জানি লওক গোপনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2024 7:52 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্ধুত্ব জীৱনৰ আটাইতকৈ সুন্দৰ সম্পৰ্ক। কিন্তু কেতিয়াবা এই সম্পৰ্ক বিষাক্ত হৈ পৰে, তেনে ক্ষেত্ৰত ইয়াক চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। প্ৰশ্নটো হ’ল, আপোনাৰ কোনো বন্ধু আপোনাৰ বাবে বিষাক্ত নেকি সেয়া আপুনি কেনেকৈ জানিব? প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ মাৰিছা জি ফ্ৰাংকোৱে সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাতকাৰত জনাইছিল যে কিছুমান বিশেষ বাক্যাংশ আছে যিয়ে বিষাক্ত বন্ধুক চিনাক্ত কৰে।

যদি আপোনাৰ কোনো বন্ধুৱে এইবোৰ কথা সঘনাই কয়, তেন্তে তেওঁ আপোনাৰ মানসিক শক্তি শেষ কৰি পেলোৱাৰ সম্ভাৱনা থাকে আৰু আপোনাৰ বাবে ক্ষতিকাৰক।

Apply Now

যি ৮টা বাক্যাংশ বিষাক্ত বন্ধুৱে আপোনাক কয়-

১. তুমি খুব সংবেদনশীল – বন্ধুসকলে যেতিয়া আপোনাৰ অনুভৱক সহজভাৱে লয় তেতিয়া ইয়াক আপোনাৰ দুৰ্বলতা বুলি কোৱা হয়।

২. এইটোতো মজা কৰিছিলো– আপোনাৰ ওপৰত কৰা ঠাট্টাক ন্যায্যতা প্ৰদান কৰিবলৈ ইয়াক সহজভাৱে লোৱা।

৩. মোৰ দৰে বন্ধু পোৱাটো তোমাৰ ভাগ্য- এনেদৰে কৈ বন্ধুৱে নিজকে আপোনাতকৈ ভাল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে।

৪. তুমি মোৰ ওচৰত ঋণী- যেতিয়া কোনো বন্ধুৱে উপকাৰ কৰাৰ কথা কয় আৰু আপোনাৰ মনত অপৰাধবোধ আনি দিয়ে।

৫. তুমি আগতে ভাল আছিলা– এইটো আপোনাৰ পৰিৱৰ্তনক নেতিবাচকভাৱে দেখুওৱাৰ প্ৰয়াস কৰে।

৬. তোমাৰ পদোন্নতি কেনেকৈ হ‘ল?- আপোনাৰ কঠোৰ পৰিশ্ৰমক তুচ্ছজ্ঞান কৰি আপোনাৰ সফলতাক লৈ প্ৰশ্ন উত্থাপন কৰা।

৭. মোৰ বেয়া লাগিছে যে তুমি এনে অনুভৱ কৰিছা– ক্ষমা বিচৰাৰ সলনি নিজৰ ভুলক নায্যতা দিয়া।

৮. একো নাই- যেতিয়া বন্ধুৱে আপোনাৰ পৰা দূৰত্ব সৃষ্টি কৰে আৰু অকাৰণতে কথা বন্ধ কৰি দিয়ে।

কেৱল এই বাক্যবোৰৰ ওপৰত ভিত্তি কৰিয়েই বন্ধুক বিষাক্ত বুলি গণ্য কৰা উচিত নে?

ডাঃ ড. ফ্ৰাংকোৱে কয় যে কেৱল এই কথাবোৰৰ ভিত্তিতে কব নোৱাৰি যে সম্পৰ্কটো বিষাক্ত। কিন্তু ইয়াৰ দিশবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। নিজকে সুধিব লাগিব। তেনেকৈ কথা পতা বন্ধুসকল, আপোনাৰ প্ৰয়োজনৰ সময়ত সদায় আপোনাৰ কাষত থাকেনে? তেওঁলোকে আপোনাৰ কথা চিন্তা কৰেনে? তেওঁলোকে আপোনাৰ ইতিবাচক দিশবোৰৰ শলাগ লয়নে? যদি নহয়, তেন্তে এই বাক্যবোৰ বিষাক্ত বন্ধুৰ লক্ষণ।

জীৱনত বন্ধু অতি গুৰুত্বপূৰ্ণ, কিন্তু বিষাক্ত বন্ধুৰ পৰা দূৰত্ব বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। নিজৰ মানসিক আৰু আৱেগিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক আৰু জীৱনত ইতিবাচক দৃষ্টিভংগী বজাই ৰাখক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd