• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ৫ দফীয়া দাবীৰে দিল্লী অভিযান কৃষকৰ; কঠোৰ হাতেৰে মোকাবিলা কৰিবলৈ সাজু আৰক্ষী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 2, 2024 1:51 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ কৃষকসকলৰ সংসদ অভিমুখে অভিযান। উত্তৰ প্ৰদেশৰ কৃষকসকলে একাধিক দাবীৰে সোমবাৰে সংসদ অভিযানত নামিছে। কৃষিভূমি অধিগ্ৰহণত পৰ্যাপ্ত ক্ষতিপূৰণ, কৰ্মসংস্থাপন, পুনৰ্বাসন, কৃষিভূমি অধিগ্ৰহণত অধিগ্ৰহণ কৰা ২০ শতাংশ ভূমি ঘূৰাই দিয়াকে ধৰি কৃষকসকলৰ বিভিন্ন দাবী আছে।

ইয়াৰ উপৰিও কৃষকসকলে শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্যৰ দাবীও তুলিছে। কৃষকসকলৰ সংসদ অভিযানক কেন্দ্ৰ কৰি ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।

Apply Now

ভাৰতীয় কিষাণ পৰিষদৰ নেতা সুখবীৰ খলিফাই দেওবাৰে কৃষকৰ সংসদ অভিযানৰ কথা ঘোষণা কৰে। তেওঁ কয় যে নতুন কৃষি আইন অনুসৰি আৰ্থিক ক্ষতিপূৰণ, পুনৰ্বাসনকে ধৰি ৫ দফীয়া দাবীৰে সোমবাৰে দুপৰীয়া ১২ বজাত নয়ডাৰ মহামায়া উৰণীয়া সেতুৰ পৰা অভিযান আৰম্ভ কৰা হ’ব।

কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চাৰ সদস্যসকলেও এই অভিযানত অংশগ্ৰহণ কৰিব। কৃষকসকলে খোজকাঢ়ি আৰু ট্ৰেক্টৰেৰে সংসদ অভিমুখে যাত্ৰা কৰিব। সূত্ৰ অনুসৰি এই অভিযানত গৌতম বৌদ্ধ নগৰ, আগ্ৰা, আলিগড়, বুলন্দচহৰকে ধৰি উত্তৰ প্ৰদেশৰ ২০ খন জিলাৰ কৃষকে অংশগ্ৰহণ কৰিব।

কৃষকৰ অভিযান ৰোধ কৰিবলৈ দিল্লী আৰু গৌতম বৌদ্ধ নগৰ আৰক্ষীয়ে নয়ডা-দিল্লী সীমান্তত অসংখ্য বেৰিকেড স্থাপন কৰিছে। দিল্লীলৈ যোৱা বহু পথত যাতায়ত নিয়ন্ত্ৰণ কৰা হৈছে। নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছ হৈ যমুনা এক্সপ্ৰেছৰ পৰা দিল্লী আৰু গ্ৰেটাৰ নয়ডাৰ ছিৰছা আৰু সুৰজপুৰ পথলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অহা ৬ ডিচেম্বৰতো দিল্লী অভিযানৰ বাবে কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ কাৰ্যসূচী আছে। সংগঠনটোৰ সাধাৰণ সম্পাদক চৰণ সিং পান্ধিয়াৰে জনায় যে পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে অহা ৬ ডিচেম্বৰত দিল্লীলৈ গৈ শস্যৰ নূন্যতম সংগ্ৰহ মূল্যৰ দাবী উত্থাপন কৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd