• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালত ‘হিপ ৰিপ্লেছমেণ্ট’ অস্ত্ৰেপচাৰ সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2018 12:34 pm
Narayana_Superspeciality_Hospital_Guwahati-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালৰ চিকিৎসকৰ এটা দলে হিপ ৰিপ্লেছমেণ্ট অস্ত্ৰেপচাৰ সফলতাৰে সম্পন্ন কৰে। এজন ২৫ বছৰীয়া ৰোগীৰ এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। চিকিৎসালয়খনে সম্পন্ন কৰা এইটো প্ৰথম এনে ধৰণৰ অস্ত্ৰোপচাৰ।

চিকিৎসা বিজ্ঞানৰ ভাষাত অতি শংকাজনক (high risk) অস্ত্ৰোপচাৰ হিচাপে শ্ৰেণীভুক্ত এই অস্ত্ৰোপচাৰটো শ্বিলঙৰ আফতাব আলম নামৰ লোকজনৰ ওপৰত সম্পন্ন কৰা হয়।

Apply Now

নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালৰ কনছালটেণ্ট অৰ্থোপেডিক ছাৰ্জন ডা০ সমৰজীৎ খনিকৰৰ নেতৃত্বত সফলতাৰে সম্পন্ন কৰা হয়।

এখন গেলামাল দোকানেৰে জীৱিকা নিৰ্বাহ কৰা আফতাবে শ্বিলঙত তেওঁৰ বাওঁফালৰ তপিনাত যক্ষ্মাৰ সংক্ৰমণৰ চিকিৎসা কৰিছিল। এই ৰোগত তেওঁৰ তপিনাৰ ব’ল আৰু ছকেটৰ স্থায়ী ক্ষতি হৈ প্ৰায় লৰচৰ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল।

আফতাবে তেওঁ এটা দুৰ্বিষহ যন্ত্ৰণাৰ মাজেৰে জীয়াই থাকিবলগীয়া হৈছিল।

আফতাবে শ্বিলঙত বিভিন্ন চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাইছিল আৰু তেওঁৰ অসুখটো চিকিৎসা বিজ্ঞানৰ ভাষাত এভাছকুলাৰ নেক্ৰছিছ অব ফেৰ’মেল হেড উইথ ছেকেণ্ডাৰী অষ্টিঅ’আৰ্থ্ৰাইটিছ (avascular necrosis of femoral head with secondary osteoarthritis) অৰ্থাৎ  ৰক্তনলিকা বন্ধ হৈ ফেম’ৰেল হেডৰ কোষসমূহ মৰি যোৱা আৰু দ্বিতীয় পৰ্যায়ৰ কাৰ্টিলেজ ক্ষয়জনিত জোৰা ফুলা ৰোগ  বুলি চিনাক্ত কৰা হৈছিল। এই ৰোগত তপিনাৰ জোৰাৰ সমমিতি নোহোৱা হয়।

সময় যোৱাৰ লগে লগে ৰোগাক্ৰা্ত আফতাবৰ দেহত তেজৰ পৰিমাণ কমি অহাৰ লগে লগে তেওঁৰ তপিনাৰ জোৰাৰ বিষৰ প্ৰাৱল্য বাঢ়িবলৈ ধৰে।

তাৰ পাছত আফতাবক সম্পূৰ্ণ হিপ ৰিপ্লেছমেণ্ট অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয়।

ড০ খনিকৰে কয় যে সঠিক চিকিৎসাৰ অভাৱত আফতাবৰ অৱস্থা ক্ৰমে বেয়াৰ ফালেগতি কৰিছিল। তেওঁৰ লৰচৰ কৰিব পৰাটো সীমিত হৈ আহিছিল আৰু ফলত তেওঁ আনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈ পৰিছিল।

ড০ খনিকৰে কয় যে ৰোগীৰ ব’ল আৰু ছকেট গুচাই দি কৃত্ৰিম ব’ল আৰু ছকেট সংৰোপিত কৰা হৈছিল।

উল্লেখ্য যে গুৱাহাটীৰ নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালে অত্যন্ত কম খৰছত আঠু আৰু তপিনাৰ পুনঃসংস্থাপন অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd