• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৬ৰ পৰা ১৪ ‎ডিচেম্বৰলৈ ৰাছিয়ান ভাষা আৰু সংস্কৃতি দিৱস আয়োজন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 16, 2024 7:37 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৰাছিয়াৰ পুষ্কিন ষ্টেট ৰাছিয়ান লেংগুৱেজ ইনষ্টিটিউটৰ সহযোগত ২০২৪ চনৰ ৬ ‎ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ৰাছিয়ান ভাষা আৰু সংস্কৃতিৰ দিৱস সফলতাৰে আয়োজন কৰে। ‎

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু পুস্কিন ইনষ্টিটিউটৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ অধীনত অনুষ্ঠিত এই ১০ দিনীয়া ‎অনুষ্ঠানত মাষ্টাৰ ক্লাছ, কৰ্মশালা, কুইজ আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ জৰিয়তে ৰাছিয়ান ভাষা আৰু সংস্কৃতিৰ সমৃদ্ধি ‎উদযাপন কৰা হয়।

Apply Now

পুষ্কিন ইনষ্টিটিউট অৱ ৰাছিয়ান লেংগুৱেজৰ পৰা “বিশ্বত ৰাছিয়ান ভাষাৰ ৰাষ্ট্ৰদূত” আন্না লিষ্টোভা আৰু পলিনা ‎ড’ৰ’জকিনাৰে গঠিত এটা প্ৰতিনিধি দলে আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ শৈক্ষিক আৰু প্ৰচাৰ অভিযানটো মত বিনিময়ৰ ‎মাজেৰে সম্পন্ন কৰে। অংশগ্ৰহণকাৰীসকলক উচ্চাৰণকে ধৰি ৰাছিয়ান ভাষাৰ মূল বিষয় সমূহৰ বিষয়ে আলোচনা কৰে। ‎

ৰাছিয়ান পৰম্পৰা, লোককথা আৰু সাহিত্যৰ সম্পৰ্কে তেওঁলোকে আলোকপাত কৰে। আনহাতে প্ৰতিযোগিতামূলক অনুষ্ঠান ‎যেনে ৰাছিয়ান ভাষা অলিম্পিয়াড আৰু ৰাছিয়ান ইতিহাস, সংস্কৃতি আৰু ভূগোলৰ সম্পৰ্কে অনুষ্ঠিত কুইজে এক অনন্য মাত্ৰা ‎প্ৰদান কৰে।

বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ উপৰিও কেন্দ্ৰীয় বিদ্যালয়, আই আই টি গুৱাহাটী, শ্ৰীমন্ত শংকৰ একাডেমী ‎জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু সোণাপুৰ মহাবিদ্যালয়কে ধৰি অন্যান্য শিক্ষানুষ্ঠানসমূহলৈও এই কাৰ্যসূচী সম্প্ৰসাৰিত হয়। ‎

ছাত্ৰ-ছাত্ৰী, পণ্ডিত আৰু শিক্ষাবিদসকলে এই অনুষ্ঠানসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰাছিয়ান ভাষা আৰু সংস্কৃতিৰ প্ৰতি ‎আগ্ৰহ প্ৰকাশ কৰে।

প্ৰতিনিধি দলটোৱে সাংস্কৃতিক বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ৮ ডিচেম্বৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ‎অনুষ্ঠিত তৃতীয় দক্ষিণ এছিয়ান সাংস্কৃতিক সংগমত তেওঁলোকে অংশগ্ৰহণ কৰে। লগতে, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, ‎শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, বশিষ্ঠ আশ্ৰমৰ লগতে শিলচৰৰ কেইবাটাও স্থান দলটোৱে ভ্ৰমণ কৰে।

এই অভিজ্ঞতাসমূহে দৰ্শনাৰ্থীসকলক উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য বুজি পোৱাত সহায় কৰাৰ ‎লগতে ভাৰতীয় আৰু ৰাছিয়ান মানুহৰ মাজৰ বন্ধন আৰু অধিক শক্তিশালী কৰাত সহায় কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd