• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাইলটৰ ভুলৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱটৰ হেলিকপ্তাৰ! দাবী ৰি’পৰ্টত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 1:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেয়া আছিল ২০২১ চনৰ ৮ ডিচেম্বৰ। হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমগৰাকী চিফ অফ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱটৰ মৃত্যু ঘটে। দুৰ্ঘটনাটোত তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ লগতে ১১ গৰাকীৰ মৃত্যু হয়। অৱশেষত এক প্ৰতিবেদনত এই দুৰ্ঘটনাৰ কাৰণ কি সেই কথা পোহৰলৈ আহিল।

শেহতীয়াকৈ বায়ুসেনাই গঠন কৰা তদন্ত সমিতিখনে লোকসভাত এই প্ৰতিবেদন দাখিল কৰে। আৰু সেই প্ৰতিবেদনত স্পষ্ট দাবী কৰা হৈছে যে যান্ত্ৰিক বিজুতি বা সংঘাতৰ বাবে নহয়, দেশৰ প্ৰথমগৰাকী সেনাধ্যক্ষৰ মৃত্যু হৈছে মানুহৰ ভুলৰ বাবে।

Apply Now

প্ৰতিবেদনত সঠিকভাৱে কি দাবী কৰা হৈছে? ইয়াত কোৱা হৈছে যে ২০২১ চনৰ ৮ ডিচেম্বৰত এম আই-১৭ চপাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আঁৰৰ মূল কাৰণ হঠাৎ বতৰৰ অৱনতি। যাৰ বাবে চপাৰখন মেঘৰ ভিতৰত প্ৰৱেশ কৰে। আৰু পাইলটসকলে সেই পৰিস্থিতিৰ কোনো আভাসেই নাপালে। তেওঁলোকৰ ‘স্থানকেন্দ্ৰিক বিভ্ৰান্তি’ৰ বাবে চপাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

বিমানৰ ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰ বিশ্লেষণ কৰাৰ উপৰিও প্ৰত্যক্ষদৰ্শীসকলকো সোধা-পোছা কৰা হয়। সকলো দিশ চোৱাচিতা কৰি এই দাবী প্রতিবেদনত উত্থাপন কৰা হৈছে৷ ইয়াৰ উপৰিও ২০১৭ চনৰ পৰা ২০২২ চনলৈ বায়ুসেনাত মুঠ ৩৪টা দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰে ৯টা ২০২১-২২ বিত্তীয় বৰ্ষত সংঘটিত হৈছে। ইয়াৰ ভিতৰত বিপিন ৰাৱাটৰ চপাৰ দুৰ্ঘটনাও আছে।

উল্লেখ্য যে ২০২১ চনৰ ৮ ডিচেম্বৰত তামিলনাডুৰ কুনুৰত চপাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়ক (চিডিএছ) বিপিন ৰাৱটৰ মৃত্যু হয়। ভাৰতীয় বায়ুসেনাৰ এম আই ছিৰিজৰ চপাৰখন চুলুৰত থকা সেনা চাউনীৰ পৰা ৱেলিংটন ঘাটিলৈ গৈ আছিল। কিন্তু বিমান যাত্ৰাৰ কিছু সময়ৰ পিছতে ভাঙি পৰে।

নীলগিৰিৰ ননজাপ্পান চথিৰামৰ কট্টেৰী পাৰ্কৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হোৱা কপ্টাৰখনত জুই লাগে। ৰাৱটৰ কপ্টাৰ দুৰ্ঘটনাৰ পিছত বায়ুসেনাই বহু প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে। গাফিলতি বা আভ্যন্তৰীণ সংঘাতৰ তত্ত্ব উঠিলেও তাক নাকচ কৰি দিয়া হয়। অৱশেষত কমিটীৰ চূড়ান্ত প্রতিবেদন প্রকাশ কৰা হ’ল৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd