• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজৰ টোপালেৰে ‘১৯৮৪’ অংকন কৰা বেগ প্ৰিয়ংকা গান্ধীক উপহাৰ বিজেপি সাংসদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 2:37 pm
203
VIEWS
Share on FacebookShare on Twitter

পেলেষ্টাইন আৰু বাংলাদেশৰ বিষয়ে কান্ধত বেগ লৈ ‘ফটো তোলা’ প্ৰিয়ংকা গান্ধী ভাদ্ৰাক বিজেপিয়ে উপহাৰ দিলে নতুন বেগ। সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিন শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ অপৰাজিতা সাৰংগীয়ে ‘১৯৮৪’ লিখা এটা বেগ উপহাৰ দিয়ে। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ দিন আৰু তাৰ পাছৰ শিখ গণহত্যাৰ বছৰটোক সুৱঁৰি বিজেপিৰ লোকসভাৰ এগৰাকী সদস্যই প্ৰিয়ংকাক নতুন বেগ উপহাৰ দিয়ে।

শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে কান্ধত ‘পেলেষ্টাইন’ লিখা বেগ এটা লৈ সংসদ চৌহদলৈ আহিছিল। যাৰ দ্বাৰা তেওঁ আৰু তেওঁৰ দল কংগ্ৰেছে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি গভীৰ সহানুভূতিশীল বুলি ক’ব বিচাৰিছিল। প্ৰথমবাৰৰ বাবে লোকসভাৰ সদস্য হোৱা নেতাগৰাকীয়ে সংসদ চৌহদত থিয় হৈ ফটোগ্ৰাফাৰৰ সন্মুখত পোজ দি প্ৰতিবাদ কৰিছিল। পিছদিনা প্ৰিয়ংকাই বাংলাদেশত হিন্দু-খ্ৰীষ্টানকে ধৰি সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ প্ৰতিবাদত লিখা আন এটা বেগ লৈ আহিছিল। সেইদিনাও  সাংবাদিকৰ সন্মুখত বেগটো ওলোমাই এখন ফটো তুলিছিল। সেই ছবিখন তেওঁ নিজৰ ছ’চিয়েল হেণ্ডেলতো পোষ্ট কৰিছিল। আজিৰ দিনটোতে কটু বিজেপি সাংসদ অপৰাজিতায়ে প্ৰিয়ংকাক কংগ্ৰেছৰ শিখ হত্যাকাণ্ডৰ বছৰটোৰ কথা সোঁৱৰাই দি ‘১৯৮৪’ লিখা এটা বেগ উপহাৰ দিয়ে।

আজি এটা ভিডিঅ’ত সাৰংগীয়ে লোকসভাত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰিয়ংকাক বেগটো গতাই দিয়ে আৰু প্ৰিয়ংকাই সেই বেগটো লৈ গুচি যায়।

Recent News

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd