• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানতকৈ বাংলাদেশত বৃদ্ধি পাইছে হিন্দু নিগ্ৰহৰ ঘটনা! ’২৪ বৰ্ষৰ ৮ ডিচেম্বৰলৈ বাংলাদেশত ২২০০টা হিন্দু নিগ্ৰহৰ ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2024 2:17 pm
69
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ঘটনা। বাংলাদেশত ২০২৪ চনত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। পূৰ্বতে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক অবৈধ বাংলাদেশীক লৈ ভাৰত কিছু পৰিমাণে উদ্বিগ্ন আছিল। কিন্তু ২০২৪ বৰ্ষত ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্কত শ্ৱেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই দুয়োখন দেশ চিৰবৈৰী হৈ পৰিল।

হিন্দু মন্দিৰত আক্ৰমণ, সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য নিৰ্যাতন বাংলাদেশত একেবাৰে সহজ বাতৰি হৈ পৰিল। এইসমূহৰ মাজতেই শুকুৰবাৰে সংসদত বিদেশ মন্ত্ৰীয়ে প্ৰকাশ কৰে উদ্বেগজনক তথ্য। বিগত বৰ্ষত পাকিস্তানতকৈও বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাৰ সংখ্যা বেছি। তথ্য অনুসৰি ২০২৪ চনৰ ৮ ডিচেম্ৱৰ পৰ্যন্ত বাংলাদেশত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। ইফালে বিগত বৰ্ষত পাকিস্তানত ১১২টা হিন্দু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। অৰ্থাৎ পাকিস্তানৰ তুলনাত বিগত বৰ্ষত বাংলাদেশত ২,০৮৮ টা অধিক হৈছে হিন্দু নিৰ্যাতনৰ ঘটনা সংটিত হৈছে। আনহাতে বাংলাদেশত ২০২৩ চনত সংঘটিত হৈছে ৩০২টা হিন্দু নিৰ্যাতনৰ ঘটনা।

ক্ৰমশ: বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাই দেশখনৰ হিন্দু ধৰ্মৰ সংখ্যালঘু লোকসকলক চিন্তিত কৰি তুলিছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বাংলাদেশ চৰকাৰ প্ৰশাসনক এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’বলৈও আহ্বান জনাই আহিছে মোদীয়ে।

Recent News

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd