• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কিদৰে হাত সাৰিব হাৰ্ট এটেকৰ পৰা? হৃদৰোগী সকলে কিদৰে যত্ন ল’ব স্বাস্থ্যৰ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 21, 2024 3:10 pm
কিদৰে হাত সাৰিব হাৰ্ট এটেকৰ পৰা? হৃদৰোগী সকলে কিদৰে যত্ন ল’ব স্বাস্থ্যৰ?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃদতন্ত্ৰৰ ৰোগ আজিকালি তেনেই সুলভ হৈ আহিছে। ইয়াৰ বাবে মূলতঃ জীৱনশৈলীয়েই দায়ী। গতিকে, ভাল জীৱনশৈলী গঢ়ি নুতুলিলে আৰু চিকিৎসা নকৰিলে ই মাৰাত্মক হৈ উঠিব পাৰে।

হৃদৰোগী সকলে কেনেদৰে নিজৰ যত্ন ল’ব লাগে জানি লওঁ আহক –

১. চিকিৎসাৰ পৰামৰ্শ অনুসৰণ কৰক : সদায় চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ গ্ৰহণ কৰক।  আপোনাৰ চিকিৎসাৰ বাবে নিয়মিতভাৱে কাৰ্ডিঅ’লজিষ্টৰ ওচৰলৈ যাওক। নিয়মত স্বাস্থ্য পৰীক্ষা কৰাওক।

২. হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক : ফলমূল আৰু শাক-পাচলি বেছিকৈ খাওক। পৰিশোধিত শস্যৰ ঠাইত ব্ৰাউন ৰাইচ, অটছৰ দৰে গোটা শস্য খাদ্যৰ তালিকাত ৰাখক। আপোনাৰ খাদ্যত মাছ, হাঁহ-কুকুৰা, বীন, আৰু বাদাম অন্তৰ্ভুক্ত কৰক।  অস্বাস্থ্যকৰ চৰ্বি সীমিত কৰক। অলিভ অইলৰ দৰে স্বাস্থ্যসন্মত চৰ্বি বাছি লওক।

অত্যধিক ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সেয়ে নিমখ কমকৈ খাওক।

হৃদৰোগী সকলে প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু চেনিযুক্ত পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে।

৩. ওজন বজাই ৰাখক :  অতিৰিক্ত ওজনৰ বাবে হৃদযন্ত্ৰৰ ৰোগ হ’ব পাৰে। গতিকে সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামে ওজন বজাই ৰখাত সহায় কৰিব পাৰে।

৪. নিয়মিতভাৱে ব্যায়াম : প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যায়ামৰ কাৰ্যসূচী বাচনি কৰক।  খোজ কঢ়া, সাঁতোৰ, বা যোগাসন হৃদৰোগৰ বাবে উপকাৰী। প্ৰত্যেক দিনাই অন্ততঃ ৩০ মিনিট মধ্যমীয়া ব্যায়াম কৰক।

৫. মানসিক চাপ : ধ্যান, গভীৰ উশাহ-নিশাহ আদিয়ে মানসিক চাপ সন্তুলন কৰে। মানসিক চাপে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৬. ধূমপান বন্ধ কৰক আৰু মদ্যপান সীমিত কৰক :  ধূমপান বন্ধ কৰক। ধূমপান হৃদতন্ত্ৰৰ বাবে অতি ক্ষতিকাৰী। লগতে, মদ্যপান সীমিত কৰক। যথাসম্ভৱ মদৰ পৰা আঁতৰত থাকক।

৭. ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত ৰাখক : ৰক্তচাপ আৰু মধুমেহৰ লগত হৃদতন্ত্ৰৰ ৰোগৰ সম্পৰ্ক আছে। গতিকে ঔষধ, প্ৰয়োজনীয় জীৱনশৈলীৰ দ্বাৰা ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক।

৮. পৰ্যাপ্ত টোপনি : অপাৰ্যপ্ত টোপনিয়ে হৃদতন্ত্ৰৰ ক্ষতি কৰে। গতিকে, ৮/৯ ঘন্টা টোপনি যাবলৈ চেষ্টা কৰক।

হাৰ্ট এটেকৰ লক্ষণসমূহ জানি লওক –

 – বুকুৰ বিষ বা অস্বস্তি।

 – উশাহ চুটি হোৱা।

 – মূৰ ঘূৰোৱা বা পাতল যেন লগা।

 – অস্পষ্ট ভাগৰ।

এইবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd