• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ! পদপিষ্ট হৈ মহিলা অনুৰাগীৰ মৃত্যুৰ প্ৰতিবাদত শ্লোগান, আটক ৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2024 9:49 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ন্যায় বিচাৰি দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ঘৰলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হয়। হায়দৰাবাদৰ এখন থিয়েটাৰত পুষ্পা ২ চিনেমা চাবলৈ যোৱাৰ সময়ত পদপিষ্ট হৈ মৃত্যু হয় এগৰাকী মহিলা অনুৰাগীৰ। সেই  ঘটনাৰ প্ৰতিক্ৰিয়াতে এই কাণ্ড।

দেওবাৰে হায়দৰাবাদৰ জুবিলী হিলছত থকা আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ কৰে ওছমানিয়া বিশ্ববিদ্যালয়ৰ যুটীয়া কাৰ্য্য সমিতিৰ কেইবাজনো সদস্যই।

Apply Now

তেওঁলোকে অভিনেতাজনৰ ঘৰ লণ্ডভণ্ড কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই আঠজন লোকক আটক কৰে। তেওঁলোকক জুবিলী হিলছ আৰক্ষী থানালৈ অনা হয়। ঘটনাৰ সময়ত ঘৰত উপস্থিত নাছিল আল্লু অৰ্জুন। ছচিয়েল মিডিয়াত নিমিষতে ভাইৰেল হৈ পৰে এই আক্ৰমণৰ এটা ভিডিঅ’। তাত দেখা যায় এদল লোকে বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি তাণ্ডৱ চলায় আৰু লগতে ঘৰৰ বাহিৰত ৰখা বিভিন্ন ফুলৰ টাবো ভাঙি পেলায়।

ঘটনা পোহৰলৈ অহাৰ মাত্ৰ এঘণ্টা পূৰ্বে আল্লু অৰ্জুনে নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ অনুৰাগীলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, ‘মোৰ সকলো অনুৰাগীকে নিজৰ অনুভৱ সঠিকভাৱে আৰু দায়িত্বশীলভাৱে প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছো। ছ’চিয়েল মিডিয়াত হওক বা ব্যক্তিগতভাৱে হওক, কোনো ঠাইতে অশ্লীল বা অশোভনীয় শব্দ ব্যৱহাৰ নকৰিব। যদি কোনো ভুৱা প্ৰফাইলৰ পৰা মোৰ নাম লৈ এই কাম কৰে তেন্তে মই তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লম।’

BREAKING: Stones PELTED at Allu Arjun's house🏚️ pic.twitter.com/tO4fAAPB26

— Manobala Vijayabalan (@ManobalaV) December 22, 2024

উল্লেখ্য যে যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত অনুষ্ঠিত হোৱা ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনৰ আগমনৰ পিছতে বিশৃংখলতাৰ সৃষ্টি হয়, যাৰ ফলত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে পুত্ৰ গুৰুতৰভাৱে আহত হয়।

দেওবাৰে এই মৰ্মান্তিক ঘটনাৰ পিছতে আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ সংঘটিত হয়। ওছমানিয়া বিশ্ববিদ্যালয়ৰ যুটীয়া কাৰ্য্য সমিতিৰ সদস্যসকলে মহিলাগৰাকীৰ পৰিয়ালক এক কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনায়। এই দাবীৰে তেওঁলোকে আল্লুৰ ঘৰত আক্ৰমণ চলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd