• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চেম্পিয়নছ ট্ৰফী: ২৩ ফেব্ৰুৱাৰীত ভাৰত বনাম পাকিস্তানৰ মেচ, সম্পূৰ্ণ সূচী চাওক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2024 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৪ ডিচেম্বৰ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সময়সূচী ঘোষণা কৰে। ভাৰতৰ বাবে পিচিবিয়ে হাইব্ৰিড মডেলৰ বাবে সন্মতি দিয়াৰ পাছৰে পৰা সংযুক্ত আৰব আমিৰশ্বাহীৰ সমান্তৰালভাৱে পাকিস্তানে এই প্ৰতিযোগিতাখন আয়োজন কৰিব বুলি ঘোষণা কৰে আইচিচিয়ে।

২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত বনাম পাকিস্তানৰ  মেচ। যদিহে ভাৰতে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে তেন্তে ডুবাইত এই ফাইনেল মেচ আয়োজন কৰা হ’ব। আইচিচিয়ে ঘোষণা কৰে যে ১৯ ফেব্ৰুৱাৰীৰ পৰা কৰাচীত পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন আৰম্ভ হ’ব আৰু ৯ মাৰ্চলৈকে চলিব।ছেমি ফাইনেল আৰু ফাইনেল দুয়োটাতে ৰিজাৰ্ভ দিন থাকিব।

Apply Now

সকলো মেচ আৰম্ভ হ’ব বিয়লি ২:৩০  IST ৰ পৰা। ষ্টাৰ স্প’ৰ্টছৰ জৰিয়তে ভাৰতৰ সকলো খেল সম্প্ৰচাৰ কৰা হ’ব।

আইচিচিয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে হাইব্ৰিড মডেলৰ অনুমোদন জনায়, য’ত পাকিস্তান আৰু ইউএইৰ মাজত মেচ বিভক্ত কৰা হয়। পাকিস্তান ক্ৰিকেট ব’ৰ্ড পিচিবি আৰু ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মাজত হোৱা চুক্তিৰ অন্তত এই ব্যৱস্থা চূড়ান্ত কৰা হয়।

এই মডেলৰ অধীনত পাকিস্তানে ১০খন মেচ আয়োজন কৰাৰ বিপৰীতে পাকিস্তানৰ বিৰুদ্ধে বহু প্ৰত্যাশিত মেচকে ধৰি ভাৰতৰ তিনিখন লীগ পৰ্যায়ৰ খেল ডুবাইত অনুষ্ঠিত হ’ব। ইয়াৰে এখন ছেমি ফাইনেল আৰু ফাইনেলো ডুবাইত অনুষ্ঠিত হ’ব। যদিহে ভাৰতে ফাইনেলত প্ৰৱেশ নকৰে তেন্তে ফাইনেল লাহোৰত অনুষ্ঠিত হ’ব।

CHAMPIONS ট্ৰফী গ্ৰুপ

গ্ৰুপ A : বাংলাদেশ, ভাৰত, নিউজিলেণ্ড আৰু পাকিস্তান

গ্ৰুপ B : আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা

চেম্পিয়নছ ট্ৰফী ২০২৫: সূচী

১৯ ফেব্ৰুৱাৰী – পাকিস্তান বনাম নিউজিলেণ্ড, নেশ্যনেল ষ্টেডিয়াম, কৰাচী

২০ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২১ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, নেশ্যনেল ষ্টেডিয়াম, কৰাচী

২২ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৩ ফেব্ৰুৱাৰী – পাকিস্তান বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২৪ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৫ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৬ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৭ ফেব্ৰুৱাৰী – পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৮ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

১ মাৰ্চ – দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২ মাৰ্চ – নিউজিলেণ্ড বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

৪ মাৰ্চ – ছেমি ফাইনেল ১, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই*

৫ মাৰ্চ – ছেমি ফাইনেল ২, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ**

৯ মাৰ্চ – ফাইনেল – গাদ্দাফি ষ্টেডিয়াম, লাহোৰ***

ভাৰতীয় মানক সময় অনুসৰি দুপৰীয়া ২:৩০ বজাৰ পৰা সকলো খেল আৰম্ভ হয়

* ছেমি ফাইনেল ১ ত ভাৰতে যোগ্যতা অৰ্জন কৰিলে অংশগ্ৰহণ কৰিব

**ছেমি ফাইনেল ২ ত পাকিস্তানে যোগ্যতা অৰ্জন কৰিলে অংশগ্ৰহণ কৰিব

*** যদি ভাৰতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে তেন্তে ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd