• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানৰ ওপৰত পাকিস্তানৰ বিমান আক্ৰমণ; নিহত কমেও ১৫ জন, বিয়পিছে উত্তেজনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2024 10:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানে আফগানিস্তানৰ ওপৰত বিধ্বংসী বিমান আক্ৰমণ চলাইছে। এই ঘটনাত কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। আফগানিস্তানৰ পাক্তিকা অঞ্চলৰ বৰমাল জিলাত সংঘটিত হৈছে এই ঘটনা। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

স্থানীয় খামা প্ৰেছৰ বাতৰি অনুসৰি যোৱা ২৪ ডিচেম্বৰৰ শেষ নিশা লমনকে ধৰি ৭খন গাঁৱত এই বিমান আক্ৰমণ চলোৱা হৈছিল। এই ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়। স্থানীয় সূত্ৰ অনুসৰি পাকিস্তানে এই বিমান আক্ৰমণ চলাইছিল। এই আক্ৰমণত আন বহু লোক আহত হয়।

Apply Now

খামা প্ৰেছৰ তথ্য অনুসৰি এই বিমান আক্ৰমণৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই আক্ৰমণৰ আঁৰত কোন দায়ী সেই কথা বিচাৰি উলিওৱা হৈছে। তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰা বুলি প্ৰকাশ কৰিছে।

অৱশ্যে পাকিস্তানে এতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। কিন্তু পাকিস্তান আৰু আফগানিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত এই আক্ৰমণৰ ইন্ধন যোগোৱা বুলি অনুমান কৰা হৈছে।

জানিব পৰা মতে, এই আক্ৰমণ সীমান্তত তালিবানৰ আত্মগোপন কৰি থকা ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। এই ঘটনাৰ পিছতে তালিবানে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

October 29, 2026 5:34 pm
জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

October 29, 2026 4:29 pm
অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

October 29, 2026 5:34 pm
জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

October 29, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd