• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কন্যাশিশুৰ ২ বছৰ বয়সতে বিবাহ নিৰ্ধাৰণ! ভাৰতৰ ক’ত এতিয়াও দেখা যায় বাল্যবিবাহৰ পয়োভৰ?  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2024 1:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ জাথাপুৰা গাঁৱৰ মহিলাসকলৰ জীৱন যেন এক সাধুকথাৰ মাজতে আবদ্ধ। বৰং জন্মৰ পৰাই তেওঁলোকক সমাজৰ কিছু কঠোৰ নিয়মত বন্দী কৰি তোলা হয়। এই গাঁৱত কিছুমানৰ ২ বছৰ বয়সত আগবিয়া কৰে, আৰু প্ৰায় সকলোৰে ১৮ বছৰ বয়সৰ আগতেই বিয়া হৈ যায়! এই ‘নিয়ম’ বছৰ বছৰ ধৰি চলি আহিছে। এতিয়া এই নিয়মৰ ফান্দত শৈশৱৰ দিন হেৰুৱাই পেলোৱা মহিলাসকলেহে বাধা-নিষেধমূলক সংস্কাৰৰ অন্ত পেলাবলৈ আহ্বান জনাইছে।

ৰামা বাই (৪০) নামৰ এগৰাকী মহিলাই কয় যে তেওঁক ১০ বছৰ বয়সত বিয়া কৰাই দিয়া হৈছিল। এতিয়ালৈকে প্ৰতিদিনে কিছু বাল্য বিবাহ দিয়া হৈছে, আৰু এই নিয়ম বন্ধ কৰাটো প্ৰয়োজন। বৰ্তমান ২২ বছৰীয়া গীতাৰ ২ বছৰ বয়সত আগবিয়া হৈছিল, ১৬ বছৰ বয়সত বিয়া হৈছিল! এতিয়া গীতাৰ দুটা সন্তান। তেওঁ লগতে কয় যে তেওঁ কেতিয়াও সন্তানৰ লগত এই কাম হ’বলৈ নিদিয়ে।

Apply Now

আনকি গাঁৱৰ একাংশ মহিলাই দাবী কৰিছিল যে কিছুমান পৰিয়ালে সন্তান জন্মৰ আগতেই বিয়াৰ ব্যৱস্থা কৰে! কেতিয়া, কি বয়সত, কাৰ লগত বিয়া কৰাব সকলো ঠিকে হয়।

শৈশৱৰ জালত আবদ্ধ হৈ থকা কেৱল নাৰী নহয়। কণমানি ল’ৰাৰ জীৱনও ধ্বংস হৈ পৰিছে। কোনোবাই ১০ বছৰত বিয়া পাতিছে, কোনোবাই ১২ বছৰত। তেওঁলোকৰ বহুতেই ডাঙৰ হৈ ডাক্তৰ, লেখক, অভিনেতা হোৱাৰ সপোন দেখে। কিন্তু গাঁৱৰ বয়োজ্যেষ্ঠসকলে জাপি দিয়া জীৱনৰ বোজাত তেওঁলোকৰ সকলো ইচ্ছা, চিন্তা আৰু প্ৰয়োজন মোহাৰি পেলোৱা হৈছে।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ৫ৰ প্ৰতিবেদন অনুসৰি ৰাজগড়ত ২০ৰ পৰা ২৪ বছৰ বয়সৰ কমেও ৪৬ শতাংশ মহিলাই ১৮ বছৰ বয়সৰ আগতেই বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ শিক্ষাৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাই। সেইবাবেই গাঁৱৰ আধাতকৈ অধিক মহিলা শিক্ষিত নহয়।

যদি কোনো মহিলা বা পৰিয়ালে পুনৰ এই নীতিক প্ৰতিহত কৰে তেন্তে তেওঁলোকক নিজৰ গাঁও পৰিষদে মাতি আনে। তাতেই উত্তৰ দিব লাগিব। যদি কোনোবাই বিয়া ভংগ কৰে তেন্তে তেওঁক জৰিমনা বিহা হয়। কিন্তু কেৱল জাথাপুৰা নহয়, এয়া আন কমেও ৫০খন গাঁৱৰ কাহিনী, য’ত কমেও ৭০০ শিশুৰ শৈশৱক এনেদৰে কঠোৰ নিয়মেৰে শিকলিৰে বান্ধি ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd