• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন্দে ভাৰত ট্ৰেইনৰ সন্মুখত জপিয়ালে ১৫ বছৰীয়া কিশোৰীয়ে! ব্ৰেক মাৰিও প্ৰাণ বচাব নোৱাৰিলে চালকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2024 7:26 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান্দে ভাৰত এক্সপ্ৰেছ তীব্ৰ বেগেৰে চলি আছিল। হঠাৎ ৰেলৰ সন্মুখত এগৰাকী নাবালক ছোৱালী আহে। তেওঁক বচাবলৈ ব্ৰেকৰো কোনো কাম নাহিল। ৰেলখন তেওঁৰ ওপৰেৰে দৌৰি গ’ল।  যাৰ ফলত ১৫ বছৰীয়া কিশোৰীৰ থিতাতে মৃত্যু হয়!

উত্তৰ প্ৰদেশৰ পাটুলকী গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা। তথ্য লাভ কৰাৰ পাছতে দৰিয়াবাদ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। সেই থানাৰ SHO মনোজ সোণকাৰে কয় যে প্ৰাৰম্ভিক তদন্ত এয়া আত্মহত্যাৰ গোচৰ যেন লাগিছে। অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আৰক্ষীয়ে এৰাই চলা নাই।

Apply Now

জানিব পৰা মতে, মঙলবাৰে হঠাতে অযোধ্যাৰ পৰা লক্ষ্ণৌলৈ যোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ সন্মুখলৈ আহিছিল মৃতক। মৃত্যু হোৱাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহটো উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। তদন্তকাৰীয়ে এই ঘটনা কেনেকৈ সংঘটিত হয় তাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ নে মানৱসৃষ্ট বিপৰ্যয়? ইণ্ডোনেছিয়াৰ বনজুইয়ে জুৰুলা কৰিছে দেশখনৰ জিডিপি আৰু জনস্বাস্থ্য

প্ৰকৃতিৰ তাণ্ডৱ নে মানৱসৃষ্ট বিপৰ্যয়? ইণ্ডোনেছিয়াৰ বনজুইয়ে জুৰুলা কৰিছে দেশখনৰ জিডিপি আৰু জনস্বাস্থ্য

November 20, 2026 5:55 pm
আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

November 20, 2026 4:25 pm
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

November 20, 2026 3:37 pm
পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ নে মানৱসৃষ্ট বিপৰ্যয়? ইণ্ডোনেছিয়াৰ বনজুইয়ে জুৰুলা কৰিছে দেশখনৰ জিডিপি আৰু জনস্বাস্থ্য

প্ৰকৃতিৰ তাণ্ডৱ নে মানৱসৃষ্ট বিপৰ্যয়? ইণ্ডোনেছিয়াৰ বনজুইয়ে জুৰুলা কৰিছে দেশখনৰ জিডিপি আৰু জনস্বাস্থ্য

November 20, 2026 5:55 pm
আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

November 20, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd