• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰোহিতসকলে মাহিলী ১৮ হাজাৰ টকা ভাট্টা লাভ কৰিব! কোন ৰাজ্যৰ চৰকাৰে দিলে এই প্ৰতিশ্ৰুতি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 3:55 pm
173
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ আন এক ডাঙৰ ঘোষণা। এইবাৰ তেওঁ পুৰোহিতসকলৰ বাবে মাহিলী ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। কেজৰিৱালে ঘোষণা কৰে যে যদিহে দিল্লীত আপ পুনৰ ক্ষমতালৈ আহে তেন্তে পুৰোহিতসকলক প্ৰতিমাহে ১৮ হাজাৰ টকা ভাট্টা দিয়া হ’ব। কেজৰিৱালে লগতে কয় যে একে পৰিমাণৰ ধন কেৱল পুৰোহিতকে নহয়, গুৰদ্বাৰাৰ গ্ৰন্থীসকলকো দিয়া হ’ব।

সোমবাৰে কেজৰিৱালে কয় যে পুৰোহিত আৰু গ্ৰন্থীসকল আমাৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ ৰক্ষক। নিস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি আহিছে। দুৰ্ভাগ্যজনকভাৱে কোনেও কেতিয়াও নিজৰ আৰ্থিক সুৰক্ষাৰ কথা ভবা নাছিল। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁ নিজেই হনুমান মন্দিৰ পৰিদৰ্শন কৰিব।

কেজৰিৱালৰ নতুন আঁচনি দিল্লীবাসীৰ বাবে কল্যাণমূলক আঁচনিৰ ধাৰাবাহিকতা। ইতিমধ্যে আপৰ মুৰব্বীগৰাকীয়ে ৬০ বছৰীয়া যুৱক-যুৱতীসকলৰ বাবে ‘সঞ্জীৱনী যোজনা’ আঁচনিৰ কথা ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লীৰ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো নাগৰিকে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। ইয়াৰ উপৰিও আপে ‘মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা’ নামৰ আন এক আঁচনিও ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লী চৰকাৰে ১৮ বছৰৰ ওপৰৰ দিল্লী মহিলাক প্ৰতিমাহে ২১০০ টকা ভাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কৰ্মী বা যিকোনো ৰাজনৈতিক পদবীৰ বাহিৰে সকলো মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব।

Recent News

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd