• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীৰ নামত বাগান, ৰিজৰ্ট, চেনেল থাকিও লাভ নহ’ল! প্ৰথম নহয় দেশৰ নৱম ধনী মুখ্যমন্ত্ৰী হিচাপেহে আত্মপ্ৰকাশ হিমন্ত বিশ্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2024 5:37 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওহো নহ’ল! দেশৰ প্ৰথম ধনাঢ্য মুখ্যমন্ত্ৰী হিচাপে নাম নাহিল হিমন্ত বিশ্বৰ।পত্নীৰ সম্পত্তিৰ পাহাৰ থাকিলেও স্বামীৰ তালিকাত হিচাপ নহ’ল সেই সম্পদৰ তালিকা।

দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰী কাৰ কাৰ কিমান সম্পত্তি তাৰ তথ্য পোহৰলৈ আহিছে। Association of Democratic Reforms চুমকৈ ADRৰে প্ৰকাশ কৰিছে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ পৰিমাণ।

Apply Now

ADRৰে প্ৰকাশ কৰা তথ্যৰ মতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু হৈছে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। এন চন্দ্ৰবাবু নাইডুৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯৩১ কোটিৰো অধিক। তেওঁৰ পাছতে দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩২ কোটিৰো অধিক। এই দুগৰাকী হৈছে ভাৰতৰ বিলিয়নাৰ মুখ্যমন্ত্ৰী। তেওঁলোকৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৫১ কোটিৰো অধিক সম্পত্তিৰে তালিকাত তৃতীয় স্থানত আছে।

আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী। মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ ১৫ লাখ টকা। তেওঁৰ পাছত দেশৰ দুখীয়া মুখ্যমন্ত্ৰী গৰাকী হৈছে জন্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ ৫৫ লাখ টকা। কেৱল মাত্ৰ তেওঁলোক দুজনেই হৈছে দেশৰ লাখপতি মুখ্যমন্ত্ৰী। মুঠ ১.৮ কোটিৰ সম্পত্তিৰ পৰিমাণেৰে দুখীয়া মুখ্যমন্ত্ৰীৰ তৃতীয় স্থান কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন।

ইফালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও হৈছে এজন কোটিপতি মুখ্যমন্ত্ৰী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭ কোটি ২৭ লাখৰো অধিক। দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম।

ADRৰ প্ৰতিবেদন মতে প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তি ৫২.৫৯ কোটি টকা । ভাৰতৰ জনমূৰি  আয় বা এন এন আই ২০২৩-২০২৪ বৰ্ষত  প্ৰায় ১,৮৫,৮৫৪ টকা হোৱাৰ বিপৰীতে এজন মুখ্যমন্ত্ৰীৰ গড় স্ব-আয় ১৩,৬৪,৩১০ টকা। যিটো ভাৰতৰ গড় জনমূৰি আয়ৰ প্ৰায় ৭.৩ গুণ। দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩০ কোটি টকা।

ইয়াৰ উপৰিও ১৩ গৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰাৰ বিপৰীতে ১০ মুখ্যমন্ত্ৰীয়ে হত্যাৰ চেষ্টা, অপহৰণ, উৎকোচ, অপৰাধমূলক ভয়-ভাবুকিৰ সৈতে জড়িত গোচৰকে ধৰি গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ ঘোষণা কৰিছে বুলি প্ৰতিবেদনত কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd