• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৰ পালে বিবেক! অৱশেষত ক্ষমা বিচাৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2024 7:32 pm
183
VIEWS
Share on FacebookShare on Twitter

বছৰৰ শেষৰ দিনটোত মঙলবাৰে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বিবেক সাৰ পাই উঠিল। আজিৰ দিনটোতে মণিপুৰৰ জাতিগত দাঙ্গাত বহু লোকৰ মৃত্যু আৰু হাজাৰ হাজাৰ গৃহহীন লোকৰ বাবে তেওঁ অনুশোচনা অনুভৱ কৰে বুলিও তেওঁ কয়। ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰে। এই গোটেই বছৰটো অতি দুৰ্ভাগ্যজনকভাৱে পাৰ হৈ গ’ল বুলি বছৰৰ শেষৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে কয়। মই অনুশোচনা কৰিছো আৰু ২০২৩ চনৰ ৩ মে’ৰ পৰা সংঘটিত হোৱা সকলো ঘটনাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছো।

বীৰেণ সিঙৰ এই মন্তব্যৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে X ত লিখিছে, যদি মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব পাৰে, তেন্তে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰলৈ গৈ কিয় কৰিব নোৱাৰে? ৰমেশৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰীয়ে কিয় মণিপুৰলৈ নাযায় আৰু একো নকয়?

প্ৰসংগক্ৰমে পাহাৰীয়া অঞ্চলৰ কুকি জনগোষ্ঠী আৰু উপত্যকা অঞ্চলৰ মেইটেই জনগোষ্ঠীৰ সংঘাতৰ বাবে প্ৰায় ডেৰ বছৰ ধৰি মণিপুৰত জুই জ্বলি উঠিছিল। লোকসভাৰ অন্তিম শীতকালীন অধিৱেশন পৰ্যন্ত মণিপুৰক লৈ চলি থকা ৰাজনৈতিক হুলস্থুল আলোচনাৰ কেন্দ্ৰবিন্দু আছিল। মণিপুৰ চম্ভালিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী কেইবাবাৰো উত্থাপন হৈছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ চকুত পৰা বীৰেণ সিঙক কেন্দ্ৰই পদত্যাগ বা অপসাৰণ কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। ২০২৪ চনৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰীয়ে হঠাতে ক্ষমা খুজিছিল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd