• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইচিচি টেষ্ট ৰেংকিংঃ ভাৰতীয় বলাৰৰ ইতিহাসত সৰ্বোচ্চ ৰেটিং পইণ্ট লাভ শীৰ্ষস্থান দখল যশপ্ৰীত বুমৰাহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2025 7:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১ জানুৱাৰী বুধবাৰে ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে ইতিহাসৰ সৃষ্টি কৰে।শেহতীয়া আইচিচি টেষ্ট ৰেংকিঙত বুমৰাহ বলাৰৰ তালিকাৰ শীৰ্ষত থকাই নহয়, ভাৰতীয় বলাৰৰ সৰ্বাধিক ৰেটিং পইণ্টো লাভ কৰে।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত কৰা চাঞ্চল্যকৰ প্ৰদৰ্শনৰ বাবে পুৰস্কাৰ লাভ কৰে পেচাৰগৰাকীয়ে। বুমৰাহে এতিয়ালৈকে দ্বিপাক্ষিক শৃংখলাত ৪খন মেচত ৩০টা উইকেট দখল কৰি ষ্টেণ্ডআউট বলাৰ হিচাপে পৰিগণিত হৈছে। বুমৰাহৰ ব্যতিক্ৰমী প্ৰদৰ্শন অৱশ্যে ফলাফলত প্ৰতিফলিত হোৱা নাই, কিয়নো ভাৰতীয় দলটোৱে শৃংখলাৰ প্ৰথম চাৰিখন মেচৰ ভিতৰত ২খন খেলত পৰাস্ত হৈছে।

Apply Now

ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফীৰ বাবে আইচিচিৰ বছৰটোৰ পুৰুষৰ ক্ৰিকেটাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা বুমৰাহ আৰু লগতে আইচিচিৰ বছৰটোৰ পুৰুষৰ টেষ্ট ক্ৰিকেটাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা বুমৰাহে ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে পূৰ্বৰ টাই হাই ৯০৪ পইণ্টৰ পৰা ওপৰলৈ উঠিছে। তেওঁৰ ৯০৭ ৰেটিং পইণ্টৰ ৰেকৰ্ডে এতিয়া তেওঁক ইংলেণ্ডৰ স্পিনাৰ ডেৰেক আণ্ডাৰউডৰ সৈতে সৰ্বকালৰ তালিকাত যৌথভাৱে ১৭ নম্বৰ স্থানত ৰাখিছে।

এই তালিকাৰ নেতৃত্বত আছে ইংলেণ্ডৰ ছিমাৰ ছিডনী বাৰ্নছ (৯৩২) আৰু জৰ্জ লোহমান (৯৩১) যিয়ে এশ বছৰতকৈও অধিক পূৰ্বে খেলিছিল আৰু ইমৰাণ খান (৯২২) আৰু মুটিয়া মুৰুলীধৰণ (৯২০) তৃতীয় আৰু চতুৰ্থ স্থানত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

November 20, 2026 12:48 pm
বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

November 20, 2026 11:00 am
‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

November 20, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

November 20, 2026 12:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd