• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঠুৱা লৈ বাঘ ধৰিবলৈ ওলাই আহিল বিজেপি নেতা! ভাইৰেল ভিডিঅ’ দেখি থৰ লাগিল নেটিজেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2025 10:15 am
আঠুৱা লৈ বাঘ ধৰিবলৈ ওলাই আহিল বিজেপি নেতা! ভাইৰেল ভিডিঅ’ দেখি থৰ লাগিল নেটিজেন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঠুৱা লৈ নাহৰফুটুকী বাঘ ধৰিবলৈ ওলাই আহে বিজেপিৰ নেতা! মধ্যপ্ৰদেশৰ ৰিৱাটৰ ঘটনা। তেওঁ দাবী কৰে যে নাহৰফুটুকীৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো বাসিন্দা আহত হৈছে। বনকৰ্মীয়ে তাক নিয়ন্ত্ৰণলৈ আনিব পৰা নাছিল। সেয়ে আঠুৱা লৈ নিজে নাহৰফুটুকীটো ধৰিবলৈ ফিল্ডত নামিল। তেওঁৰ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি ৰিৱাটত এটা নাহৰফুটুকীয়ে সঘনাই আক্ৰমণ চলাই আহিছে। কিন্তু তাক এতিয়াও ধৰিব পৰা নাই। সেইবাবেই প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা শ্যামলাল দ্বিবেদীয়ে আঠুৱাৰে নাহৰফুটুকী ধৰিবলৈ ফিল্ডত নামিছিল।

‘প্ৰশাসনিক ব্যৰ্থতা’ৰ অভিযোগ উত্থাপন কৰি এয়া তেওঁৰ প্ৰতীকী প্ৰতিবাদ বুলি কোৱা হৈছে। দ্বিবেদীয়ে দাবী কৰে যে যোৱা কেইদিনমানত নাহৰফুটুকীৰ আক্ৰমণত ৫জন লোক আহত হৈছে। ইয়াৰে ২ জনৰ অৱস্থা সংকটজনক।

শ্যামলালে জনোৱা মতে, মধ্যপ্ৰদেশৰ ৪ জন আৰু উত্তৰ প্ৰদেশৰ ১ জন লোক আহত হৈছে। এটা নাহৰফুটুকীয়ে গৰু এটাকো আক্ৰমণ কৰে। তাৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো বাসিন্দা আহত হয়। মই জিলা প্ৰশাসনৰ লগত কথা পাতিছো যাতে নাহৰফুটুকীটো শীঘ্ৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু সাধাৰণ জনতাক ভয়ৰ পৰা মুক্ত কৰিব পৰা যায়।

তেওঁ লগতে কয়, ‘অঞ্চলবাসীয়ে ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে। প্ৰয়োজন হ’লে মানুহক আত্মবিশ্বাস প্ৰদান কৰিবলৈ ইয়াত শিবিৰ পাতিবলৈ ইচ্ছুক। এই সন্দৰ্ভত মই জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে কথা পাতিছো।

रीवा तेंदुआ को पकड़ने केलिए हाथ में जाल लेकर घटना स्थल पर पहुंचे पूर्व विधायक..खुद किया सर्चिंग
मैं पकड़ूंगा तेंदुआ: भाजपा पूर्वविधायक श्यामलाल द्विवेदी.रीवा में खूंखार तेंदुआ पकड़ने निकले पूर्व विधायक, जाल और डंडे लेकर पहुंचे जंगल – तेंदुए के आंतक से ग्रामीण घरों में दुबके हैं. pic.twitter.com/IEgHORV9MN

— Subhash Mishra (@Subhashmishra86) December 30, 2024

উল্লেখ্য যে যোৱা কেইবাদিন ধৰি বন বিভাগে নাহৰফুটুকীটো ধৰিবলৈ অভিযান চলাই আছে। কিন্তু আকাংক্ষিত সফলতা এতিয়াও অহা নাই। অৱশ্যে নাহৰফুটুকীটোৰ ‘অন্বেষণ অভিযান’ অব্যাহত থকা বুলি বন বিভাগে অৱগত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd