• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’ল সংযোগ বৃদ্ধি কৰা তিনিখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ; তেতেলিয়াত ৰোড অভাৰব্ৰীজ ৰাষ্ট্ৰলৈ উচৰ্গা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2025 3:24 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ৰে’ল সংযোগ আৰু অধিক বৃদ্ধিৰ বাবে, ০৩ জানুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা তিনিখন নতুন ৰে’ল সেৱাৰ আৰম্ভ কৰা হয়। লগতে, অন্যান্য বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে তেতেলিয়াত এখন ৰোড অভাৰব্ৰীজ দেশবাসীলৈ উৎসৰ্গিত কৰা হয়।

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এই অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।

Apply Now

এই কাৰ্যসূচীত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ জ্যেষ্ঠ বিষয়া, স্থানীয় সাংসদ/বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

উদ্বোধনী বিশেষ ৰে’ল নং ০২০৪৭ (গুৱাহাটী-নৰ্থ লখিমপুৰ), ৰে’ল নং ০৫৮১৭ (নিউ বঙাইগাঁও – গুৱাহাটী) আৰু ৰে’ল নং ০৫৯১১ (তিনিচুকীয়া- নাহৰলগুন) দিনৰ ১১:৫০ বজাত শুভাৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ৰে’ল নং. ৫৫৮১৮/৫৫৮১৭ (গুৱাহাটী– নিউ বঙাইগাঁও – গুৱাহাটী) দৈনিক যাত্ৰীবাহী নিয়মীয়া সেৱাই ০৪-০১-২০২৫ তাৰিখৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ কৰিব। ৰে’ল নং ৫৫৮১৮ (গুৱাহাটী – নিউ বঙাইগাঁও) যাত্ৰীবাহী গুৱাহাটীৰ পৰা ০৭:৫৫ বজাত প্ৰস্থান কৰি একেদিনাই ১২:১০ বজাত নিউ বঙাইগাওঁত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ৫৫৮১৭ (নিউ বঙাইগাঁও – গুৱাহাটী) যাত্ৰীবাহী নিউ বঙাইগাঁৱৰ পৰা ১৪:৩০ বজাত প্ৰস্থান কৰি ২০:০০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং ১৫৯১১/১৫৯১২ (তিনিচুকীয়া – নাহৰলগুন – তিনিচুকীয়া) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ নিয়মীয়া যাত্ৰা ০৫-০১-২০২৫ তাৰিখৰ পৰা আৰম্ভ হব। ৰে’ল নং ১৫৯১২ (নাহৰলগুন – তিনিচুকীয়া) এক্সপ্ৰেছ নাহৰলগুনৰ পৰা প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ আৰু ৰবিবাৰে ০৭:৪৫ বজাত প্ৰস্থান কৰি একেদিনাই ১৪:০০ বজাত তিনিচুকীয়াত গৈ উপস্থিত হব।

উভতনি যাত্ৰাৰ দিশত, ৰেল নং ১৫৯১১ (তিনিচুকীয়া –নাহৰলগুন) এক্সপ্ৰেছ তিনিচুকীয়াৰ পৰা প্ৰতি বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু সোমবাৰে ১৫:৩৫ বজাত প্ৰস্থান কৰি একেদিনাই ২১:৪৫ বজাত নাহৰলগুনত গৈ উপস্থিত হব।

আন এখন ৰে’ল নং ১২০৪৭ (গুৱাহাটী – নৰ্থ লখিমপুৰ- গুৱাহাটী) দ্বি-সাপ্তাহিক জন শতাব্দী এক্সপ্ৰেছ প্ৰতি মঙলবাৰ আৰু বুধবাৰে ০৭-০১-২০২৫ তাৰিখৰ পৰা ইয়াৰ নিয়মীয়া যাত্ৰা আৰম্ভ কৰিব। ৰে’ল নং ১২০৪৭ (গুৱাহাটী–নৰ্থ লখিমপুৰ) জন শতাব্দী এক্সপ্ৰেছ গুৱাহাটীৰ পৰা ০৯:৫০ বজাত প্ৰস্থান কৰি একেদিনাই ১৬:১৫ বজাত নৰ্থ লখিমপুৰত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১২০৪৮ (নৰ্থ লখিমপুৰ-গুৱাহাটী) জন শতাব্দী এক্সপ্ৰেছ নৰ্থ লখিমপুৰৰ পৰা ১৭:০০ বজাত প্ৰস্থান কৰি একেদিনাই ২৩:২৫ বজাত গুৱাহাটী উপস্থিত হব।

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা নিৰ্মাণ কৰা তেতেলিয়া ষ্টেচন য়াৰ্ডত নতুন ৰোড অভাৰ ব্ৰীজ (আৰওবি) এই অনুষ্ঠানটোৰ সময়ত সাধাৰণ জনসাধাৰণৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই তেতেলিয়া ষ্টেচন য়াৰ্ডত মুঠ ৭২ কোটি টকা ব্যয়েৰে লেভেল ক্ৰছিং গেট নং এছ টি-২২ ৰ প্ৰতিস্থাপনেৰে আৰওবি (নং ৫৯এ) নিৰ্মাণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd