• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেলেণ্ডাৰ পদ্ধতি কি? পত্নীৰ মাহেকীয়া শেষ হোৱাৰ লগে লগেই যৌন সংগম! গৰ্ভধাৰণ সম্ভৱ নে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2025 3:39 pm
285
VIEWS
Share on FacebookShare on Twitter

 ‘নিৰাপদ গৰ্ভধাৰণ’ৰ বিষয়ে জানিলে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিব পাৰি। কাৰণ গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰাটো সঠিক কাম নহয়। এই ঔষধে শৰীৰত বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে প্ৰাকৃতিক আৰু সহজ পদ্ধতিটো বাছি লওক, যাক কোৱা হয় ‘নিৰাপদ সময়সীমা পদ্ধতি’।

এই ‘নিৰাপদ পিৰিয়ড পদ্ধতি’ কি?

চিকিৎসা বিজ্ঞানত এই পদ্ধতিক ‘কেলেণ্ডাৰ পদ্ধতি’ বুলি কোৱা হয়। কিন্তু যেতিয়া আপোনাৰ মাহেকীয়া নিয়মীয়া হ’ব তেতিয়াহে ই ফলপ্ৰসূ হ’ব। সঠিক হিচাপ কৰিলে দেখিব যে গৰ্ভধাৰণৰ ভয় নোহোৱাকৈ সংগম কৰিব পাৰি।

নিৰাপদ সময়সীমা কেনেকৈ গণনা কৰিব?

মাহেকীয়া শেষ হোৱাৰ পিছৰ চাৰিদিন আৰু পিৰিয়ড আৰম্ভ হোৱাৰ আগৰ প্ৰথম সাত দিনক নিৰাপদ দিন বুলি গণ্য কৰা হয়। অৰ্থাৎ যিদিনা আপোনাৰ মাহেকীয়া আৰম্ভ হয় সেই দিনটোক প্ৰথম দিন হিচাপে ল’ব লাগে। ৫ দিনৰ পৰা গণনা কৰিলে ৫ৰ পৰা ১০ দিন নিৰাপদ। আকৌ ১১ দিনৰ পৰা ২০ দিনলৈ নিৰাপদ নহয়। আকৌ ২১ৰ পৰা ৩০ দিন নিৰাপদ। নিয়মীয়াকৈ মাহেকীয়া হোৱাসকলেহে এই পদ্ধতি অনুসৰণ কৰিব।

যদি আপুনি কেলেণ্ডাৰ পদ্ধতিৰ বিষয়ে নিশ্চিত নহয় তেন্তে কণ্ডম ব্যৱহাৰ কৰক। ই কেৱল গৰ্ভধাৰণ ৰোধ কৰাই নহয়, বিভিন্ন যৌন সংক্ৰামক ৰোগৰ পৰাও সুৰক্ষা প্ৰদান কৰে। কণ্ডম ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় যাতে সংগীৰ শৰীৰৰ পৰা আপোনাৰ শৰীৰলৈ বিভিন্ন যৌন সংক্ৰামক ৰোগ নাযায়। গতিকে, সংগমৰ পূৰ্বে নিজৰ শৰীৰৰ প্ৰতি সচেতন হওক। ‘নিৰাপদ সময়সীমা পদ্ধতি’ৰ বিষয়ে সচেতন হওক।

Recent News

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd