• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উমৰাংছ’ ট্ৰেজেডী: অবৈধ কয়লা খনিকলৈ দেবোলাল গাৰ্লোছা,পত্নী কণিকাৰ বিৰুদ্ধে দাখিল এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2025 8:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী কনিকা হোজাইৰ বিৰুদ্ধে  ডিমা হাচাও জিলাৰ উমৰাংছ’ত অবৈধ ৰেট হোল কয়লা খনি চলোৱাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

অঞ্চলটোত অবৈধ খনন অভিযানক লৈ জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পোৱাৰ পিছত শুকুৰবাৰে উমৰাংছ’ থানাত দম্পতীহালৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

Apply Now

কংগ্ৰেছৰ ডিমা হাছাও ইউনিটৰ সদস্য কোমে কেম্পৰাই আৰু পীতুশ লাংথাছাই পঞ্জীয়ন কৰা এই এফআইআৰত গাৰ্লোছা আৰু হোজাইয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (এনজিটি) আৰু উচ্চতম ন্যায়ালয়ে ৰেট হোল কয়লা খনন কৰা নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ভাৰতীয় ন্যায় সংহিতাৰ ৩০৩ নং ধাৰা আৰু পৰিৱেশ সুৰক্ষা আইন, খনি আৰু খনিজ আইন, আৰু বন সংৰক্ষণ আইনৰ প্ৰাসংগিক বিধানৰ অধীনত অভিযোগ উত্থাপন কৰি তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে।

স্থানীয় কৰ্তৃপক্ষৰ প্ৰতি হতাশা প্ৰকাশ কৰি কেম্পৰাই দাবী কৰে যে গাৰ্লোছা এক দশকৰো অধিক সময় ধৰি দুৰ্নীতিৰ সৈতে জড়িত হৈ আছে যদিও আৰক্ষীৰ সহযোগিতাৰ বাবে গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিছে।

তেওঁ জনতাৰ ক্ষোভ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। কেম্পৰাইয়ে আৰক্ষী আৰু গৰ্লোছাৰ মাজত সন্দেহযুক্ত সম্পৰ্ক উদঙাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আঠ মাহৰ কাৰাদণ্ড ভোগ কৰাৰ ব্যক্তিগত অভিজ্ঞতাও শ্বেয়াৰ কৰিছে।

উমৰাংছ’ৰ টিন কিলো কয়লা খনিত সংঘটিত হোৱা খনিৰ শোকাৱহ ঘটনাৰ পিছতে ৰাজনৈতিক নেতা আৰু ডিমা হাছাওৰ অবৈধ কয়লা খননৰ মাজৰ সম্পৰ্ক পোহৰলৈ আহে।

কয়লা কুৱেৰীত পানী সোমোৱাৰ ফলত সোমবাৰৰ পৰা কমেও ৯ জন শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা কয়লা খনিৰ পৰা শনিবাৰে তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়।

বুধবাৰে পুৱা সেনাবাহিনীৰ ২১ পাৰাৰ ডুবাৰুৱে নেপালৰ উদয়পুৰৰ নিবাসী গংগা বাহাদুৰ শ্ৰেষ্ঠোৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

অসম খনি উন্নয়ন নিগমে ২০২৩ চনৰ ১৭ নৱেম্বৰত জাৰি কৰা এটা চালানত কণিকা হোজাইৰ নাম তাত চলি থকা অবৈধ খনন কাৰ্যকলাপৰ সৈতে জড়িত।

কাৰ্বি ছাত্র সন্থা (কে এছ এ)ৰ সৈতে কাৰ্বি জাতীয় সংগঠন ছ’মিন্দৰ কাৰ্বি আমেই (এছ কে এ)য়ে জিলাখনত চলি থকা অবৈধ কয়লা খনন কাৰ্যকলাপৰ সমাধানৰ বাবে এন জি টিক আহ্বান জনাইছে।

১০ জানুৱাৰীত এন জি টিলৈ লিখা এখন পত্ৰত সংগঠনকেইটাই পৰিৱেশ সংৰক্ষণ আৰু ন্যায় নিশ্চিত কৰাৰ বাবে তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনায়।

পত্ৰখনত বিষয়টোৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ ওপৰত আলোকপাত কৰি কোৱা হৈছে যে, “ডিমা হাছাওত অবৈধ কয়লা খনন কেৱল স্থানীয় বিষয় নহয় বৰঞ্চ মানৱ জীৱন আৰু পৰিৱেশ ভাৰসাম্য দুয়োটালৈ ভাবুকি কঢ়িয়াই অনা এক ৰাষ্ট্ৰীয় চিন্তাৰ বিষয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd