• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদলৈ বৃদ্ধাংগুষ্ঠ! গিবনত তৈল্য অম্বেষণৰ অনুমতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 13, 2025 2:26 pm
181
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবাদলৈ কেৰেপ নকৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে। বন্যপ্ৰাণী আৰু পৰিৱেশতন্ত্ৰৰ মৃত্যু ঘন্টা বজাবলৈ আৰম্ভ কৰিছে খোদ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে।

পৰিৱেশ সংগঠনৰ উদ্বেগ সত্ত্বেও অসম-নাগালেণ্ড সীমান্তৰ যোৰহাট জিলাৰ মৰিয়নীস্থিত হুলঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত তেল আৰু গেছ অন্বেষণৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে।

ইয়াৰ পূৰ্বে অসমৰ প্ৰধান মুখ্য বনাঞ্চল (বন্যপ্ৰাণী) সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে যোৱা বছৰৰ আগষ্ট মাহত “ৰাষ্ট্ৰীয় স্বাৰ্থ”ৰ কথা দোহাই দি এই প্ৰকল্পটোৰ বাবে অনুমতি প্ৰদান কৰিছিল।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিয়েও যোৱা বছৰৰ ২৭ আগষ্টত অনুষ্ঠিত হোৱা বৈঠকত নীতিগত অনুমোদন প্ৰদান কৰিছিল।

এই ক্ষেত্ৰত চৰকাৰে কেৱল অন্বেষণমূলক খননৰ অনুমতি দিয়া হ’ব বুলি কৈ থকাৰ সময়তে পৰিৱেশবিদসকলে আশংকা কৰিছে যে ইয়াৰ ফলত বাণিজ্যিক তেল নিষ্কাশনৰ পথ মুকলি হ’ব পাৰে।

এতিয়া ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ অনুমতিৰ পিছত তেল আৰু গেছ খননৰ সেউজ সংকেট লাভ কৰিছে বেদান্তা গ্ৰুপে। এই অনুমতিৰ পিছত অভৰায়ণ্য খনৰ পৰিৱেশতন্ত্ৰৰ প্ৰতি উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।

Recent News

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd