• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোটাত চৰম পন্থা বাছি ল’লে NEETৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰই! ১৭ দিনত সংঘটিত এইটো তৃতীয়টো ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 7:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ কোটাত সংঘটিত হ’ল আন এক আত্মহত্যাৰ ঘটনা। এইবাৰ এগৰাকী ১৮ বছৰীয়া ছাত্ৰই চৰম পন্থা বাছি লয়। NEET ৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ ওড়িশাৰ পৰা কোটালৈ আহিছিল। শুকুৰবাৰে পি জি কক্ষৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা, চমুকৈ NEETত প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজস্থানৰ কোটালৈ গৈ ইয়াৰ বাবে প্ৰস্তুতি চলায়। প্ৰতি বছৰে কোটাৰ পৰা একাধিক আত্মহত্যাৰ খবৰ পোৱা যায়। যোৱা ১৭ দিনত এই বিষয়ক লৈ আত্মহত্যা কৰিলে তৃতীয়জন ছাত্ৰই।

Apply Now

শুকুৰবাৰে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে ততাতৈয়াকৈ অঞ্চলটোত উপস্থিত হয়। পি জি কৰ্তৃপক্ষই এই খবৰ দিয়ে আৰক্ষীক। ছাত্ৰজনক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। ওড়িশাত থকা তেওঁৰ পৰিয়ালক খবৰ দিয়া হৈছে। তদন্তকাৰী বিষয়াসকলে এই আত্মহত্যাৰ সঠিক কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে ৮ জানুৱাৰীত কোটাত পিজিত আত্মহত্যা কৰিছিল জেইইৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰই। জনা যায় যে তেওঁ মধ্যপ্ৰদেশৰ গুণাৰ বাসিন্দা আছিল। ২০২৩ চনৰ মে’ মাহৰ পৰা কোটাত থকা তেওঁ প্ৰস্তুতি চলাইছিল।

তাৰ ঠিক আগদিনা ৭ জানুৱাৰীত হাৰিয়ানাৰ ১৯ বছৰীয়া যুৱক নীৰজ নামৰ এজন ছাত্ৰই আত্মহত্যা কৰে। তেওঁৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। কিন্তু স্থানীয় প্ৰশাসনে দাবী কৰিছে যে বিগত কেইবাবছৰৰ তুলনাত ২০২৪ চনত আত্মহত্যাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ২০২৩ চনত ২৯ জন লোকে আত্মহত্যা কৰাৰ বিপৰীতে ২০২৪ চনত সেই সংখ্যা ১৯ লৈ বৃদ্ধি পায়। এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাব বুলি তেওঁলোক আশাবাদী।

ইফালে প্ৰশাসনে কোচিং চেণ্টাৰক বিভিন্ন গাইডলাইন দিছে। লগতে সময়ে সময়ে পৰীক্ষা কৰা হৈছে যে কোচিং চেণ্টাৰসমূহে সেইবোৰ মানি চলি আছে নে নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd