• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

টকা দি হ’লেও কাৰাগাৰতে থাকিব খুজিছে আজীৱন! ভয়ানক নিসংগতাত ভুগিছে জাপানৰ বৃদ্ধ-বৃদ্ধাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2025 7:27 am
টকা দি হ’লেও কাৰাগাৰতে থাকিব খুজিছে আজীৱন! ভয়ানক নিসংগতাত ভুগিছে জাপানৰ বৃদ্ধ-বৃদ্ধাই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰতে জীৱন কটাব খুজিছে জাপানৰ একাংশ বৃদ্ধলোকে। তেওঁলোক ইমানেই নিসংগ হৈ পৰিছে যে ঘৰৰ সলনি কাৰাগাৰত থকাই শ্ৰেয় বুলি গণ্য কৰিছে।

জাপানৰ কাৰাগাৰৰ সূত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি, বহু লোকে আৰ্থিক অনাটনৰ বাবেই বিভিন্ন অপৰাধ সংঘটিত কৰি কাৰাগাৰলৈ যোৱাৰ পথ মুকলি কৰি লয়। বহুলোকে আৰ্থিক অনাটনত জাপানৰ শীতৰ লগত মোকাবিলা কৰিব নোৱাৰিও এনেদৰে কাৰাগাৰলৈ আহে।

OECD ৰ তথ্য অনুসৰি জাপানত ৬৫ বছৰৰ ওপৰৰ ২০ শতাংশ লোক দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে।

উল্লেখ্য যে জাপানৰ কাৰাগাৰত বন্দী বৃদ্ধ সকলে নিয়মীয়াকৈ আহাৰ গ্ৰহণ, বিনামূলীয়া স্বাস্থ্যসেৱা আৰু বৃদ্ধাৱস্থাৰ যত্ন লাভ কৰে। লগতে তেওঁলোকে কাৰাগাৰৰ কয়দী সকলক দৈনিক লগ পাই থাকে বাবে নিসংগতাও দূৰ হয়।

জানিব পৰা মতে, জাপানৰ জ্যেষ্ঠ কয়দীৰ মাজত আটাইতকৈ সাধাৰণ অপৰাধ হৈছে চুৰি, বিশেষকৈ মহিলাৰ মাজত। চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২২ চনত জাপানৰ ৮০ শতাংশতকৈ অধিক বৃদ্ধ মহিলা বন্দী চুৰিৰ অপৰাধত কাৰাগাৰত আছিল।

আনহাতে যিসকল বৃদ্ধ লোক অসুস্থ তেওঁলোকে বিনামূলীয়া চিকিৎসা আৰু থকা খোৱাৰ সুবিধা লাভ কৰিবৰ বাবেই কাৰাগাৰলৈ আহে।

উল্লেখ্য যে জাপানত দেখা দিয়া এই সমস্যা সমাধানৰ বাবে চৰকাৰে এতিয়া বৃদ্ধসকলৰ বাবে গৃহ নিৰ্মাণৰ সুবিধা অধিক সুলভ কৰি তোলাৰ পৰিকল্পনা কৰিছে। কিন্তু এই প্ৰচেষ্টাই সমস্যা সমাধান কৰিব পাৰিব নে নোৱাৰে সেই সম্পৰ্কে কোনো নিশ্চিতি নাই।

ইপিনে জাপানত বৃদ্ধ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। চৰকাৰী তথ্য অনুসৰি ২০৪০ চনৰ ভিতৰত জাপানত বৃদ্ধ লোকক চোৱাচিতা কৰিবৰ বাবে ২৭.২ লাখ সহায়িকাৰ প্ৰয়োজন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm
আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd