• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড’নাল্ড ট্ৰাম্পৰ তিনি বিবাহ আৰু প্ৰেম; আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ব্যক্তিগত জীৱনৰ ৰহঘৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2025 8:44 pm
189
VIEWS
Share on FacebookShare on Twitter

যোৱা ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে। ড’নাল্ডৰ লগতে তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পো ফাৰ্ষ্ট লেডী হিচাপে চৰ্চালৈ আহে। আমেৰিকাত ড’নাল্ড ট্ৰাম্প যিমানেই শক্তিশালী নহওক কিয়, তেওঁৰ হৃদয়ত বহু মহিলাই  শাসন কৰিছে। জানো আহক কিয় ট্ৰাম্পক এগৰাকী প্ৰেমিক হিচাপেও চিহ্নিত কৰা হৈছে।

ইভানাৰ সৈতে প্ৰথম বিবাহ

১৯৭৬ চনত ড’নাল্ডে ইভানা নামৰ এগৰাকী মহিলাক বিয়া কৰায়। কোৱা হয় যে ইভানা পূৰ্বে বিবাহিত আছিল যদিও প্ৰথম দৃষ্টিতে ট্ৰাম্পৰ প্ৰেমত পৰিছিল। ১৯৮৯ চনত তেওঁলোকৰ ১৪ বছৰীয়া বিবাহ বিচ্ছেদ হয়। তাৰ পিছত ডোনাল্ডে নতুন প্ৰেমৰ সন্ধানত ৰাওনা হয় ।

৪ বছৰ নিসংগতাৰ পিছত দ্বিতীয় পত্নী

বিবাহ বিচ্ছেদৰ প্ৰায় ৪ বছৰৰ পিছত মাৰ্লাই ডোনাল্ডক লগ পায়, আৰু ১৯৯৩ চনত তেওঁলোকৰ বিবাহ হয়। ডোনাল্ডৰ প্ৰথম পত্নীৰ পৰা তিনিটা সন্তান জন্ম হৈছিল। দ্বিতীয় পত্নীৰ পৰা তেওঁৰ এগৰাকী কন্যা সন্তান জন্ম হয়। ১৯৯৯ চনত ড’নাল্ডৰ দ্বিতীয় বিবাহ বিচ্ছেদ হয়।

তৃতীয় বিবাহ

দুটা বিবাহ আৰু দুটা বিবাহ বিচ্ছেদৰ পিছত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় ড’নাল্ড ট্ৰাম্প। ২০০৫ চনত ড’নাল্ডে মেলানিয়াক বিয়া কৰায়। বিয়াৰ পিছত তেওঁলোক এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হয়। ডোনাল্ড আৰু মেলানিয়াৰ সম্পৰ্ক এতিয়াও অক্ষুণ্ণ আছে।

খবৰ অনুসৰি তিনিগৰাকী পত্নীৰ উপৰিও ট্ৰাম্পে আন বহু মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল। ডোনাল্ড ৰাজনৈতিক কেৰিয়াৰৰ লগতে নিজৰ প্ৰেম জীৱনৰ  বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই ঘটনাবোৰে প্ৰমাণ কৰে যে ডোনাল্ড এগৰাকী প্ৰেমিক হিচাপেও সুপৰিচিত।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd