• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিলী-বেংগালুৰুক পিছ পেলাই ট্ৰেফিক জামত প্ৰথম কলিকতা : পৃথিৱীৰ ভিতৰতে স্থান দ্বিতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 4:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰেফিক জামৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত শীৰ্ষত আছে কলিকতা। ইয়াৰ উপৰিও বিশ্বৰ ভিতৰতে ট্ৰেফিক জামৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে কলিকতা চহৰ। ‘টমটম ট্ৰেফিক ইনডেক্স’ অনুসৰি কলিকতা চহৰত প্ৰতি ১০ কিলোমিটাৰ যাবলৈ গড়ে ৩৪ মিনিটতকৈ অধিক সময় লাগে। কলকাতাৰ পিছত এই তালিকাত আছে বেংগালুৰু। বেংগালুৰু হৈছে দেশৰ ভিতৰতে দ্বিতীয় ট্ৰেফিক জাম হোৱা চহৰ।

উল্লেখ্য যে দেশখন যিমানেই উন্নয়নশীল হৈছে সিমানেই বাঢ়িছে ট্ৰেফিক জাম। টমটম ট্ৰেফিক সূচকাং অনুসৰি কলম্বিয়াৰ বাৰাংকুইলা চহৰখনত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি সময় লাগে। তাত গড়ে ৩৬ মিনিট ৬ ছেকেণ্ড সময় লাগে ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ।

Apply Now

এই ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত থকা বেংগালুৰুত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৪ মিনিট ১০ ছেকেণ্ড সময় লাগে।

এই তালিকাৰ চতুৰ্থ স্থানত আছে পুনে। পুনত একে দূৰত্ব অতিক্ৰম কৰিবলৈ ৩৩ মিনিট ২২ ছেকেণ্ড সময় লাগে।

এই তালিকাত পঞ্চম স্থানত আছে লণ্ডন। লণ্ডনত যাতায়ত কৰা লোকসকলেও যান-জঁটৰ সন্মুখীন হৈছে। তাত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৩ মিনিট ১৭ ছেকেণ্ড সময় লাগে।

ষষ্ঠ স্থানত আছে জাপানৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ কিয়’ট’। তাত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৩ মিনিট ১৬ ছেকেণ্ড সময় লাগে।

ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ ভিতৰতে ১২২ নম্বৰ স্থানত আছে। ইয়াত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ২৩ মিনিট ২৪ ছেকেণ্ড সময় লাগে।

আনহাতে, কম যান-জঁট থকা চহৰৰ তালিকাৰ শীৰ্ষ তিনিখন চহৰৰ আটাইকেইখনেই আমেৰিকাৰ। তালিকাৰ শীৰ্ষত আছে থাউজেণ্ড অকছ। এই চহৰত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৮ মিনিট ৩৬ ছেকেণ্ড সময় লাগে। দ্বিতীয় স্থানত আছে লিটিল ৰক। য’ত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ ৯ মিনিট ২০ ছেকেণ্ড সময় লাগে। তৃতীয় স্থানত আছে মেছা। ইয়াত ৯ মিনিট ৩৯ ছেকেণ্ড সময় লাগে। চতুৰ্থ স্থানত আছে নেদাৰলেণ্ডৰ আমাৰ্ছফোৰ্ট। ইয়াত ১০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ গড়ে ৯ মিনিট ৪৮ ছেকেণ্ড সময় লাগে।

মন কৰিবলগীয়া যে এই সমীক্ষা ৬খন মহাদেশৰ ৬২খন দেশৰ ৫০০খন চহৰত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd