• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিলী-বেংগালুৰুক পিছ পেলাই ট্ৰেফিক জামত প্ৰথম কলিকতা : পৃথিৱীৰ ভিতৰতে স্থান দ্বিতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 4:06 pm
104
VIEWS
Share on FacebookShare on Twitter

ট্ৰেফিক জামৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত শীৰ্ষত আছে কলিকতা। ইয়াৰ উপৰিও বিশ্বৰ ভিতৰতে ট্ৰেফিক জামৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে কলিকতা চহৰ। ‘টমটম ট্ৰেফিক ইনডেক্স’ অনুসৰি কলিকতা চহৰত প্ৰতি ১০ কিলোমিটাৰ যাবলৈ গড়ে ৩৪ মিনিটতকৈ অধিক সময় লাগে। কলকাতাৰ পিছত এই তালিকাত আছে বেংগালুৰু। বেংগালুৰু হৈছে দেশৰ ভিতৰতে দ্বিতীয় ট্ৰেফিক জাম হোৱা চহৰ।

উল্লেখ্য যে দেশখন যিমানেই উন্নয়নশীল হৈছে সিমানেই বাঢ়িছে ট্ৰেফিক জাম। টমটম ট্ৰেফিক সূচকাং অনুসৰি কলম্বিয়াৰ বাৰাংকুইলা চহৰখনত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি সময় লাগে। তাত গড়ে ৩৬ মিনিট ৬ ছেকেণ্ড সময় লাগে ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ।

এই ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত থকা বেংগালুৰুত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৪ মিনিট ১০ ছেকেণ্ড সময় লাগে।

এই তালিকাৰ চতুৰ্থ স্থানত আছে পুনে। পুনত একে দূৰত্ব অতিক্ৰম কৰিবলৈ ৩৩ মিনিট ২২ ছেকেণ্ড সময় লাগে।

এই তালিকাত পঞ্চম স্থানত আছে লণ্ডন। লণ্ডনত যাতায়ত কৰা লোকসকলেও যান-জঁটৰ সন্মুখীন হৈছে। তাত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৩ মিনিট ১৭ ছেকেণ্ড সময় লাগে।

ষষ্ঠ স্থানত আছে জাপানৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ কিয়’ট’। তাত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৩ মিনিট ১৬ ছেকেণ্ড সময় লাগে।

ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ ভিতৰতে ১২২ নম্বৰ স্থানত আছে। ইয়াত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ২৩ মিনিট ২৪ ছেকেণ্ড সময় লাগে।

আনহাতে, কম যান-জঁট থকা চহৰৰ তালিকাৰ শীৰ্ষ তিনিখন চহৰৰ আটাইকেইখনেই আমেৰিকাৰ। তালিকাৰ শীৰ্ষত আছে থাউজেণ্ড অকছ। এই চহৰত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৮ মিনিট ৩৬ ছেকেণ্ড সময় লাগে। দ্বিতীয় স্থানত আছে লিটিল ৰক। য’ত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ ৯ মিনিট ২০ ছেকেণ্ড সময় লাগে। তৃতীয় স্থানত আছে মেছা। ইয়াত ৯ মিনিট ৩৯ ছেকেণ্ড সময় লাগে। চতুৰ্থ স্থানত আছে নেদাৰলেণ্ডৰ আমাৰ্ছফোৰ্ট। ইয়াত ১০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ গড়ে ৯ মিনিট ৪৮ ছেকেণ্ড সময় লাগে।

মন কৰিবলগীয়া যে এই সমীক্ষা ৬খন মহাদেশৰ ৬২খন দেশৰ ৫০০খন চহৰত কৰা হৈছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd