• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 27, 2018 10:00 pm
IMG-20180527-WA0011
109
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় কৰ্তৃপক্ষই ৰূপালী জয়ন্তী উৎসৱ পালন কৰে। দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এটা সাংস্কৃতিক সমদলো বাহিৰ কৰা হয়।

ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষই বাহিৰ কৰা সমদলটো বিদ্যালয় চৌহদৰ পৰা আৰম্ভ হৈ জেডি পথৰ মাজেৰে গৈ শান্তি নগৰ পথ হৈ সমদলটো পুনৰ বিদ্যালয় চৌহদলৈ ঘূৰি আহে। সমদলটোত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে ‘বেটী বাচাও বেটী পঢ়াও’ আৰু ‘প্ৰকৃতি বচাওক’ আদি বিভিন্ন শ্লোগান সম্বলিত বেনাৰ, পোষ্টাৰেৰে কোকৰাঝাৰ চহৰৰ জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰে।

ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডেমিনেন বসুমতাৰীয়ে সংবাদ কৰ্মীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত কয় যে বিদ্যালয়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ৰূপালী জয়ন্তী উদযাপন কৰিছো।

IMG-20180527-WA0006

অধ্যক্ষগৰাকীয়ে আৰু কয় যে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত ২৫ সংখ্যক বিদ্যালয় প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিৰ কৰা সমদলটোৰ জৰিয়তে আমি ‘বেটী পঢ়াও বেটী বাচাও’, ‘পৰিৱেশ ৰক্ষা কৰক’ আদিৰ লগতে অন্যান্য বহুতো বিষয় সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰিছো।

বৰ্তমান প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে কেৱল একাডেমিক শিক্ষা আহৰণ কৰাতে ব্যস্ত থাকিব নালাগে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি সুৰক্ষাৰ দায়িত্ব বুজি সমাজত এজন ভাল নাগৰিক হৈ জীয়াই থাকিবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যে সমদলটোৰ জৰিয়তে আমি চেষ্টা কৰিছো বুলি বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd