• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্সাৰৰ পৰা মুক্তি দিব আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীয়ে! দাবী গৱেষকসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2025 9:29 am
398
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগৰ অৰ্থ হ’ল বছৰ বছৰ ধৰি ফ্লেছ ৰেডিঅ’থেৰাপি লৈ যোৱা আৰু ক্ৰমান্বয়ে এঢাপ দুঢাপকৈ মৃত্যুৰ দিশে গতি কৰা। আল্ট্ৰা-ফাষ্ট ৰেডিঅ’থেৰাপীয়ে এই গতানুগতিক প্ৰথা ভংগ কৰিব পাৰে। গৱেষকসকলে দাবী কৰিছে যে ইয়াৰ ফলত কৰ্কট ৰোগৰ চিকিৎসাত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিব পাৰে, কিয়নো ৰোগীয়ে এক চেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে এই মাৰাত্মক ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে।

কেন্সাৰৰ চিকিৎসাৰ বাবে ৰোগীয়ে একাধিকবাৰ ৰেডিঅ’থেৰাপী ল’বলগীয়া হয়। এই থেৰাপীয়ে মগজুৰ বহুতো সুস্থ কলা বা কোষৰ ক্ষতি কৰে। গৱেষকসকলে দাবী কৰিছে যে আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীয়ে মগজুৰ কোনো সুস্থ কলাৰ ক্ষতি নকৰে, বৰঞ্চ ইয়াৰ পৰিৱৰ্তে কেন্সাৰ কোষক আমূলভাৱে ধ্বংস কৰিব। আনকি নিয়মীয়া ৰেডিঅ’থেৰাপিতকৈও ই ৩০০ গুণ বেছি শক্তিশালী।

গৱেষকসকলে দাবী কৰিছে যে আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীৰ এই ফ্লেছ ৰেডিয়ছন ইতিমধ্যে জীৱ-জন্তুৰ ওপৰত পৰীক্ষা কৰা হৈছে। ইয়াৰ দ্বাৰা কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ নিৰাপদ ফলাফল পোৱা গৈছে। আনকি মেটাষ্টেটিক কেন্সাৰ ৰোগীৰ ওপৰত কৰা এটা সৰু পৰীক্ষাতো ই সফল হৈছিল।

FASTRO পৰীক্ষাৰ প্ৰধান অনুসন্ধানকাৰী তথা ৰেডিয়েছন অনক’লজি আৰু নিউৰোচাৰ্জাৰিৰ অধ্যাপক চিকিৎসক জন ব্ৰেনেমেনৰ দাবী যে যিহেতু ইয়াক কমকৈ দিয়া হয় আৰু গতানুগতিক ৰেডিঅ’থেৰাপিতকৈ ই বহু বেছি শক্তিশালী, সেয়ে ই স্বাভাৱিক মগজুৰ কোষৰ ক্ষতি কৰাৰ সম্ভাৱনা কম, যিয়ে ৰোগীক অধিক সোনকালে সুস্থ জীৱনলৈ ঘূৰি অহাত সহায় কৰে।

কিন্তু এই বিষয়টোৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন বুলি জনাইছে এই অধ্যয়নৰ মুখ্য লেখিকা তথা চিনচিনাটি কেন্সাৰ চেণ্টাৰৰ ক্লিনিকেল ৰেডিয়ছন অনক’লজিৰ অধ্যাপিকা-চিকিৎসক এমিলি চি ডাউহাৰ্টিয়ে। তেওঁৰ দাবী, “নতুন পদ্ধতিটোৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাও বহু কম।”

চিকিৎসকসকলৰ এই গৱেষণা পত্ৰখন ২০২২ চনত প্ৰকাশ পাইছিল। ইয়াত কোৱা হৈছে যে ফ্লেছ ফ’টন আৰু সম্ভাৱ্যভাৱে প্ৰ’টন, ভিএইচইই আৰু গধুৰ আয়ন উৎপাদনৰ বাবে অধিক প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰয়োজন।

Recent News

৫০ হাজাৰ ‘ভূত’ কৰ্মচাৰী, ৬ মাহৰ দৰমহা অন্তৰ্ধান! মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ ২৩০ কোটিৰ দুৰ্নীতি

৫০ হাজাৰ ‘ভূত’ কৰ্মচাৰী, ৬ মাহৰ দৰমহা অন্তৰ্ধান! মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ ২৩০ কোটিৰ দুৰ্নীতি

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd