• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম’হ যুঁজৰ অনুষ্ঠানত উপস্থিত থাকি বিপদত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা! উচ্চতম ন্যায়ালয়ৰ দাৰস্থ সাংবাদিক দিলীপ নাথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2025 11:25 am
288
VIEWS
Share on FacebookShare on Twitter

ম’হ যুঁজক সমৰ্থন জনোৱাৰ লগতে মুখ্য অতিথি হিচাপে ম’হ যুঁজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ত জনস্বাস্থ্য অভিযান্ত্ৰিক আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এক আবেদন দাখিল কৰিছে পৰিৱেশ সাংবাদিক দিলীপ নাথে।

উল্লেখ্য যে কিছু বছৰ পূৰ্বে দেশৰ উচ্চতম ন্যায়ালয়ে পশুৰ যুজক অবৈধ বুলি ঘোষণা কৰি এনে যুজ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। এই নিষেধাজ্ঞাক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰি জয়ন্ত মল্ল বৰুৱৰ বিৰুদ্ধে এই আৱেদন দাখিল কৰা হয়।

উল্লেখ্য যে যোৱা ১৫ জানুৱাৰীত শিৱসাগৰ জিলাৰ ৰংঘৰত ম’হ যুঁজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বৰুৱাই।

উল্লেখ্য যে ২০২৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়েও অসম চৰকাৰক ম’হ আৰু বুলবুল চৰাইৰ যুঁজ বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছিল।

খবৰ অনুসৰি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত স্বীকাৰ কৰিছিল যে এই অনুষ্ঠানটো আদালতৰ নিৰ্দেশ অৱমাননা কৰি অনুষ্ঠিত কৰা হৈছে।

সাংবাদিকগৰাকীয়ে অনুষ্ঠানটো আয়োজন কৰা মন্ত্ৰী বৰুৱা আৰু ৰংঘৰ কমিটীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ আদালতক আহ্বান জনাইছে।

ইফালে ভোগালী বিহু উদযাপনৰ সময়ত নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত ম’হ যুঁজৰ আয়োজকসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd