• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৫০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদানেৰে আকৰ্ষণীয় “হাফ মাৰাথন”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 11:27 am
270
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে জি প্লাচৰ সহযোগত “হাফ মাৰাথন”  প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে l নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ দীপৰ বিল আৰু পশ্চিম গুৱাহাটী এলেকাৰ পৰা ৰাতিপুৱা ৪ বজাত আৰম্ভ হ’বলগীয়া এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে প্ৰায় ১৩ কিলমিটাৰ পথ অতিক্ৰম কৰিব লাগিব l

মাৰাথন দৌৰৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰি ধাৰাপুৰ চাৰিআলিৰ মাজেৰে গৈ  ভি আই পি চক হৈ পুনৰ বিশ্ববিদ্যালয় চৌহদলৈ উভতি অহাৰ সুন্দৰ পথচোৱা ধাৰ্য্য কৰা হৈছে। জি প্লাচ, নৰ্থ ইষ্ট নাও আৰু ৯২.৭ বিগ এফ এম হৈছে “হাফ মাৰাথন”ৰ অফিচিয়েল মিডিয়া পাৰ্টনাৰ।

 প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰাজনক বিশ্ববিদ্যালয়ে নগদ ৫০ হেজাৰ টকা পৰ্যন্ত আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । উক্ত প্ৰতিযোগিতাৰ বাবে ইচ্ছুক অংশগ্ৰহণকাৰীসকলক আগতীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰি প্ৰতিযোগিতাত অংশ ল’বলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়নৰ বাবে তেওঁলোকে অধ্যাপক হিমাংশু শেখৰ ব্ৰহ্মক (ফোন: ৮৪৭২০৪২৭৭২) যোগাযোগ কৰিব পাৰিব।

এই “হাফ মাৰাথন” হৈছে  ৫ মাৰ্চৰ পৰা ৮ মাৰ্চ, ২০২৫ লৈ অনুষ্ঠিত হ’বলগীয়া গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাৰ্ষিক উৎসৱ “ইউফুজিম ২০২৫ ৰ আৰম্ভণি উৎসৱ। ৫ মাৰ্চৰ পৰা ৮ মাৰ্চ ২০২৫ লৈকে অনুষ্ঠিত হ’বলগীয়া ” ইউফুজিম ২০২৫” ত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা প্ৰদৰ্শন, সংগীত, নৃত্য, নাটক ইত্যাদিকে ধৰি বাৰে ৰহৰীয়া সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন প্ৰতিযোগিতা, বিনোদনমূলক অনুষ্ঠান, খাদ্যৰ ষ্টল ইত্যাদিকে ধৰি এক ব্যস্ত আৰু উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত হ’ব l সেই উৎসৱমুখৰ পৰিৱেশৰ অংশীদাৰ হ’বলৈ সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক কৰ্তৃপক্ষই l

Recent News

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd