• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৫০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদানেৰে আকৰ্ষণীয় “হাফ মাৰাথন”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 11:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে জি প্লাচৰ সহযোগত “হাফ মাৰাথন”  প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে l নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ দীপৰ বিল আৰু পশ্চিম গুৱাহাটী এলেকাৰ পৰা ৰাতিপুৱা ৪ বজাত আৰম্ভ হ’বলগীয়া এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে প্ৰায় ১৩ কিলমিটাৰ পথ অতিক্ৰম কৰিব লাগিব l

মাৰাথন দৌৰৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰি ধাৰাপুৰ চাৰিআলিৰ মাজেৰে গৈ  ভি আই পি চক হৈ পুনৰ বিশ্ববিদ্যালয় চৌহদলৈ উভতি অহাৰ সুন্দৰ পথচোৱা ধাৰ্য্য কৰা হৈছে। জি প্লাচ, নৰ্থ ইষ্ট নাও আৰু ৯২.৭ বিগ এফ এম হৈছে “হাফ মাৰাথন”ৰ অফিচিয়েল মিডিয়া পাৰ্টনাৰ।

Apply Now

 প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰাজনক বিশ্ববিদ্যালয়ে নগদ ৫০ হেজাৰ টকা পৰ্যন্ত আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । উক্ত প্ৰতিযোগিতাৰ বাবে ইচ্ছুক অংশগ্ৰহণকাৰীসকলক আগতীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰি প্ৰতিযোগিতাত অংশ ল’বলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়নৰ বাবে তেওঁলোকে অধ্যাপক হিমাংশু শেখৰ ব্ৰহ্মক (ফোন: ৮৪৭২০৪২৭৭২) যোগাযোগ কৰিব পাৰিব।

এই “হাফ মাৰাথন” হৈছে  ৫ মাৰ্চৰ পৰা ৮ মাৰ্চ, ২০২৫ লৈ অনুষ্ঠিত হ’বলগীয়া গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাৰ্ষিক উৎসৱ “ইউফুজিম ২০২৫ ৰ আৰম্ভণি উৎসৱ। ৫ মাৰ্চৰ পৰা ৮ মাৰ্চ ২০২৫ লৈকে অনুষ্ঠিত হ’বলগীয়া ” ইউফুজিম ২০২৫” ত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা প্ৰদৰ্শন, সংগীত, নৃত্য, নাটক ইত্যাদিকে ধৰি বাৰে ৰহৰীয়া সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন প্ৰতিযোগিতা, বিনোদনমূলক অনুষ্ঠান, খাদ্যৰ ষ্টল ইত্যাদিকে ধৰি এক ব্যস্ত আৰু উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত হ’ব l সেই উৎসৱমুখৰ পৰিৱেশৰ অংশীদাৰ হ’বলৈ সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক কৰ্তৃপক্ষই l

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd