• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ! গ্ৰেপ্তাৰ একেখন বিদ্যালয়ৰ ৩ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 9:35 am
224
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন হ’ল ছোৱালী বা নাৰী আচলতে ক’ত সুৰক্ষিত? কাৰণ এইবাৰ বিদ্যালয়ত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। আৰু একেখন বিদ্যালয়ৰ ৩ গৰাকী শিক্ষকৰ বিৰুদ্ধে এই ঘটনাত অভিযুক্ত! ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ১৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত সকলোকে প্ৰেৰণ কৰা হৈছে। তামিলনাডুৰ এই ঘটনাই বিৰাট আলোড়নৰ সৃষ্টি কৰিছে।

তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ এখন বিদ্যালয়ত তিনিগৰাকী শিক্ষকে এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ। কেৱল সেয়াই নহয়, কাৰোবাক কিবা ক’লে আৰু অধিক ক্ষতি হ’ব বুলিও ভাবুকি দিয়া হৈছিল! শিক্ষক-শিক্ষয়িত্ৰীৰ যৌন নিৰ্যাতনৰ বলি হৈ মানসিকভাৱে হতাশ হৈ পৰিছিল ছাত্ৰীগৰাকী। এমাহ মানেই তেওঁ স্কুললৈ যোৱা নাছিল। পাছত বিদ্যালয়ৰ অধ্যক্ষই সোধা-পোছা কৰি পৰিয়ালৰ লোকৰ হেঁচা দিয়াৰ পিছত নাবালিকাগৰাকীয়ে সকলোৰে আগত বিষয়টো প্ৰকাশ কৰে।

ঘটনাৰ বিষয়ে জানিব পাৰি বিদ্যালয়ৰ অধ্যক্ষই প্ৰথমে পৰিয়ালটোক আৰক্ষীক খবৰ দিবলৈ কয়। একে সময়তে তেওঁ এই বিষয়ে শিশু সুৰক্ষা আয়োগক খবৰ দিবলৈও কয়। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষক তিনিজনক। POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে স্থানীয় বাসিন্দাসকলে কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। বিদ্যালয়ৰ বাহিৰত অভিভাৱকসকলেও প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে জানিব পাৰিলে যে এই ঘটনা কেইমাহমান আগতে সংঘটিত হৈছে। কিন্তু যোৱা কেইসপ্তাহমানৰ পৰা নাবালকজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। হয়তো মানসিক ক্লান্তিৰ বাবেই হৈছিল। গতিকে ছাত্ৰীগৰাকীয়ে স্কুললৈ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। সম্প্ৰতি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd