• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাঙি চূৰমাৰ বংগবন্ধু শ্বেখ মুজিবুৰৰ ধানমন্দিৰ ঘৰ; দেশজুৰি প্ৰতিবাদৰ আহ্বান আৱামী লীগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঢাকাৰ ধানমন্দিৰ ৩২ নং ঘৰটো বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে। বংগবন্ধু মুজিবুৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰা ঘৰটো ভাঙি জ্বলাই দিয়াৰ প্ৰতিবাদত আৱামী লীগে ধাৰাবাহিক বিক্ষোভৰ আহ্বান জনাইছে।

যোৱা বছৰৰ ৫ আগষ্টত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ দিনা ধানমন্দিৰ বংগবন্ধু ভৱনত আক্ৰমণ সংঘটিত হৈছিল। সেইদিনা ঢাকাকে ধৰি বাংলাদেশৰ বিভিন্ন প্ৰান্তত মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে। বুধবাৰে নিশা পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় ঘৰটোত। বৃহস্পতিবাৰে পুৱা বুলডজাৰেৰে ঘৰটো ভাঙি পেলোৱা হয়।

Apply Now

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। আৱামী লীগৰ সভাপতি শ্বেখ হাছিনাই এই ঘৰটোক সকলোৱে কিয় ইমান ভয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ লগতে কয়, “জাতিৰ জনকে এই ঘৰৰ পৰাই স্বাধীনতা ঘোষণা কৰিছিল। তেন্তে এই ঘৰটো কোনে ভাঙিলে? কেইজনমানে বুলডজাৰেৰে দেশৰ স্বাধীনতা ধ্বংস কৰিব, তেনে শক্তি তেওঁলোকৰ নাই।তেওঁলোকে এটা অট্টালিকা ভাঙিব পাৰে, কিন্তু ইতিহাস মচি পেলাব নোৱাৰে।”

যিসকলে আক্ৰমণ চলাই এই ঘৰটো ভাঙি পেলাইছে বাংলাদেশৰ জনতাই তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিব বুলিও কৈছে আৱামী লীগে। একে সময়তে হাছিনাৰ দলটোৱে প্ৰতিবাদ আৰু কূটাঘাতৰ বিৰুদ্ধে এক শক্তিশালী গণ আন্দোলন গঢ়ি তুলিবলৈ সমগ্ৰ দেশতে ধাৰাবাহিক বিক্ষোভ আৰু পদযাত্ৰাৰ আহ্বান জনাইছে।

ছ’চিয়েল মিডিয়াত আৱামী লীগে এক বিবৃতিত দাবী কৰিছে যে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰত্যক্ষ সমৰ্থনত আৰু গভীৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে পুনৰ বংগবন্ধু ভবনত আক্ৰমণ কৰা হৈছে। প্ৰতিজন বাঙালীৰ হৃদয়ত সেই ঘৰটোক লৈ এক বেলেগ আৱেগ আছে। সেই আৱেগক ধ্বংস কৰাৰ ক্ষমতা কাৰো নাই। এই কাৰণতে আগন্তুক দিনত ৩২ নম্বৰৰ ঘৰটো পুনৰ নিৰ্মাণ কৰা হ’ব বুলিও আৱামি লীগে এক বিবৃতি প্ৰকাশ কৰি কয়।

ইউনুছৰ চৰকাৰে মুক্তিযুদ্ধৰ চেতনাক ভয় কৰি এই কাম কৰিছে বুলিও তেওঁলোকে দাবী কৰে। অবৈধ আৰু অগণতান্ত্ৰিক চৰকাৰে জনসাধাৰণৰ প্ৰতি কোনো দায়িত্ব প্ৰদৰ্শন নকৰাকৈ বাংলাদেশক পদ্ধতিগতভাৱে গৃহযুদ্ধৰ দিশে ঠেলি দিছে বুলি দাবী কৰিছে আৱামী লীগে। ইয়াৰ দায়িত্ব ল’ব লাগিব ইউনুছ চৰকাৰে। একে সময়তে অন্তৱৰ্তীকালীন চৰকাৰে গ্ৰহণ কৰা “স্বাধীনতা বিৰোধী” মনোভাৱৰ প্ৰতিবাদত আৱামি লীগে ধাৰাবাহিক প্ৰতিবাদ আৰু পদযাত্ৰাৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd