• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুপতিৰ স্থান নাই! আপত্তিজনক বাৰ্তা দিয়াৰ অভিযোগত বৰ্খাস্ত ব্ৰিটেইনৰ মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2025 10:37 am
698
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ কনিষ্ঠ মন্ত্ৰী এণ্ড্ৰু গুৱেনক (৫০)ক হোৱাটছএপত আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগত বৰ্খাস্ত কৰা হৈছে। শনিবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে এই কথা ঘোষণা কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা দেওবাৰে ব্ৰিটেইনৰ বাতৰি কাকত দ্য মেইলত এণ্ড্ৰু গুৱেনে হোৱাটছএপ গ্ৰুপত প্ৰেৰণ কৰা এটা বাৰ্তাক লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে ষ্টাৰমাৰে শনিবাৰে তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়।

চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে “চৰকাৰত থকাসকলৰ বাবে উচ্চ মানদণ্ড নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ” আৰু এই মানদণ্ড পূৰণ কৰিব নোৱাৰা যিকোনো মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে।

ইপিনে, হোৱাটছএপত আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ক্ষমা বিচাৰিছে এণ্ড্ৰু গুৱেনে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘’মোৰ মন্তব্যৰ বাবে মই গভীৰভাৱে অনুশোচনা কৰিছো।‘’

তেওঁ লগতে কয় যে ‘’প্ৰধানমন্ত্ৰী আৰু লেবাৰ পাৰ্টিৰ সিদ্ধান্তৰ কাৰণ মই বুজি পাইছো। যদিও পদচ্যুত হোৱাটো অতি দুখৰ বিষয়, তথাপিও মই যিকোনো প্ৰকাৰে তেওঁলোকক সমৰ্থন কৰিম।’’

খবৰ অনুসৰি এণ্ড্ৰু গুৱেনে এটা হোৱাটছএপ গ্ৰুপলৈ বৰ্ণবাদী আৰু যৌন উত্তেজক বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

হোৱাটছএপ গ্ৰুপত দিয়া এটা বাৰ্তাত তেওঁ লিখিছে যে তেওঁক ভোট নিদিয়া এগৰাকী পেঞ্চনাৰ মহিলা পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে মৃত্যুবৰণ কৰিব বুলি আশা কৰিছে। তদুপৰি, তেওঁৰ বিৰুদ্ধে ইহুদী বিদ্বেষ আৰু উপ-প্ৰধানমন্ত্ৰী এঞ্জেলিনা ৰেনাৰক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগো উত্থাপন হৈছে।

Recent News

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd