• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত কংগ্ৰেছত থকা হ’লে এদিন মুখ্যমন্ত্ৰী হ’লহেঁতেন: তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 28, 2018 2:06 pm
তৰুণ-গগৈ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা হ’লে এদিন মুখ্যমন্ত্ৰী হ’লহেঁতেন।— এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

আজি কইনাধৰাত এখন সংবাদ মেল যোগে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয়— বিজেপি চৰকাৰে বহু আশ্বাস দি ক্ষমতালৈ আহিছিল।কিন্তু সেই আশ্বাস বুমেৰাঙত পৰিণত হৈছে। আমাক তেওঁলোকে সমালোচনা কৰিছিল। কিন্তু আমি এতিয়া মোদীক সমালোচনা কৰিব নোৱাৰো। এতিয়া মোদীক সমালোচনা কৰিলে ভাৰতৰ বিৰূদ্ধে কোৱা হয়।

Apply Now

আনহাতে বিজেপিয়ে কেন্দ্ৰত চাৰিটা বৰ্ষ পাৰ কৰা সন্দৰ্ভত গগৈয়ে কয়— চাৰি বছৰৰ পাছত বিজেপিয়ে যি ৰিপ’ৰ্ট কাৰ্ড দিছে সেইখন ভুৱা।তেওঁলোকে বিদেশীক খেদিম বুলি কৈছিল কিন্তু কেইজন বিদেশী খেদিলে। প্ৰধানমন্ত্ৰীয়ে বাংলাদেশ ভ্ৰমণ কৰোতে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাৰ কথা কিয় উত্থাপন কৰিব নোৱাৰিলে।

আনহাতে মুখ্যমন্ত্ৰী সোণোৱালক লক্ষ্য কৰি গগৈয়ে কয়— সৰ্বানন্দই পৰিৱৰ্তনৰ কথা কৈছিল, পৰিৱৰ্তন কি হ’ল? এতিয়া অসমত শান্তি নাই, কেৱল আন্দোলন আৰু আন্দোলন। কিন্তু তেওঁলোকে অসমৰ ৰাইজৰ কথা ভ্ৰক্ষেপ কৰা নাই।

অসম চৰকাৰে অসমৰ মানুহৰ দাবী কেন্দ্ৰক বুজাব পাৰিব লাগিছিল।অসমৰ মানুহে ইন্দিৰা গান্ধীক সমালোচনা কৰে।কিন্তু অসম আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আহি আছুৰ লগত আলোচনা কৰিছিল। কিন্তু সেই কাম বিজেপিয়ে এতিয়া কৰিব পৰা নাই।

আনহাতে মন্ত্ৰী হিমন্তক লৈ বক্তব্য প্ৰকাশ কৰি গগৈয়ে কয় যে বাপেকক পুতেকে এৰি গ’লে আক্ষেপ হ’বই।হিমন্তক ডাঙৰ- দীঘল কৰাৰ পাছত বিস্বাসঘাটকতা কৰি এৰি গ’ল। তেওঁ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অগপক বিস্বাসঘাটকতা কৰিছে বুলি উল্লেখ কৰি কয় যে সৰ্বা-হিমন্তৰ মাজত শীতল যুদ্ধ চলি আছে।

একেখন সংবাদমেলতে গগৈয়ে সোণোৱাল চৰকাৰক বিভিন্ন প্ৰসংগক লৈ সমালোচনাৰে থকা- সৰকা কৰি পৰিৱৰ্তনৰ নামত publicity চলি থকা বুলি কটাক্ষ কৰে।বিজেপিয়ে আশ্বাস দিয়া ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে কি হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ লগতে অগপ-বিপিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত অনিশ্চয়তা প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd