• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ ভ্ৰমণৰ পূৰ্বে শুল্ক সন্দৰ্ভত আন এক বৃহৎ ঘোষণা ট্ৰাম্পৰ, লগতে সৃষ্টি কৰিলে ‘উৎকণ্ঠা’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 10:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা আমেৰিকাই সকলো তীখা আৰু এলুমিনিয়াম আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। দেওবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে কানাডা আৰু মেক্সিকোৰ পৰা আমদানি কৰা তীখা আৰু এলুমিনিয়ামৰ ওপৰতো এই শুল্ক আৰোপ কৰা হ’ব।

ইয়াৰ পূৰ্বে তেওঁ এই দুয়োখন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিছিল। ইয়াৰ লগতে ট্ৰাম্পে লগতে কয় যে আমেৰিকাই আৰু বহু ক্ষেত্ৰত অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰিব, যিটো সপ্তাহৰ শেষৰ ফালে ঘোষণা কৰা হ’ব।

Apply Now

ইপিনে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত সপ্তাহৰ ১২ ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণ কৰাৰ কথা। তাত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিব। কিন্তু তাৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীত ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁ ‘পাৰস্পৰিক শুল্ক’ (reciprocal tariff) আৰোপ কৰিব। তেওঁৰ এই ঘোষণাক কেন্দ্ৰ কৰি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতে, এই পদক্ষেপে ‘সকলোকে প্ৰভাৱিত কৰিব’। মন কৰিবলগীয়া যে যোৱা কিছুদিনত ট্ৰাম্পে ভাৰতৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। ইফালে শেহতীয়া বাজেটত ভাৰতে আমেৰিকাৰ বাইক হাৰ্লি-ডেভিডছনৰ শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। তাৰপিছতে মোডীয়ে ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা। এই প্ৰসংগত ট্ৰাম্পে ইংগিত দিছিল যে এই পাৰস্পৰিক শুল্কৰ গুৰুত্ব বাহনৰ ওপৰত অধিক হ’ব পাৰে।

উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে ভাৰতৰ শুল্ক নীতি সন্দৰ্ভত মাত মাতি আহিছে। শেহতীয়াকৈ চিবিএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে কয় যে আমি ইমান মূৰ্খ দেশ নহয় যে আমি ইমান বেয়া কাম এটা কৰিম।’ ভাৰতলৈ চাওকচোন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মোৰ বহুত ভাল বন্ধু। কিন্তু তেওঁলোকে কি কৰে চাওকচোন। মটৰ চাইকেলৰ ওপৰত ১০০ শতাংশ কৰ আৰোপ কৰা হৈছে। আমি তেওঁলোকৰ সামগ্ৰীৰ ওপৰত কোনো শুল্ক আৰোপ নকৰো। হাৰ্লীয়ে যেতিয়া ভাৰতলৈ বাইক প্ৰেৰণ কৰে তেতিয়া ইয়াৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰা হয়। আৰু ভাৰতে যেতিয়া ইয়ালৈ ইমান বাইক পঠায় তেতিয়া আমি কোনো শুল্ক নলওঁ। তাৰ পিছত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰি কৈছিলো, “এইটো ঠিক হোৱা নাই”। মোৰ এটা ফোনত টেৰিফ ৰেট ৫০ শতাংশ কৰ্তন কৰা হ’ল। কিন্তু মই ক’লোঁ, এইটো এতিয়াও গ্ৰহণযোগ্য নহয়। ৫০ শতাংশ বনাম শূন্য। তেওঁলোকে কয় যে তেওঁলোকে ইয়াৰ ওপৰত কাম কৰি আছে।’

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে হাৰ্লি-ডেভিডছনৰ শুল্ক ৫০ শতাংশ হ্ৰাস কৰিছিল। আৰু এইবাৰৰ বাজেটত আৰু অধিক হ্ৰাস কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd