• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমিতাৰ গুটি পেটলৈ গ’লে কৰিব পাৰে ক্ষতি! জানক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিতা ইয়াৰ ৰং, মিঠা সোৱাদ, আৰু পুষ্টিকৰ উপাদানৰ বাবে জনাজাত। এই ফলৰ উপৰিও ইয়াৰ বীজৰ বিভিন্ন উপকাৰো আছে বুলি কোৱা হয়। সেইবাবেই এই বীজবোৰ এন্টিমাইক্ৰ’বিয়াল প্ৰভাৱ আৰু পাচন ক্ষমতাৰ বাবে জনাজাত। যদিও অমিতাৰ গুটিৰ কিছু উপকাৰ আছে, তথাপিও আপুনি কিমান পৰিমাণৰ সেৱন কৰে সেই বিষয়ে সাৱধান হ’ব লাগে কাৰণ সঠিক তথ্য অবিহনে ইয়াক সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে। অমিতাৰ গুটি খালে কি কি ক্ষতি হব পাৰে জানো আহক-

১. বিষাক্ত পদাৰ্থ আৰু সম্ভাৱ্য বিষক্ৰিয়া

Apply Now

বেনজাইল আইছ’থাইঅ’চাইনেট হৈছে অমিতাৰ গুটিত (বেছিভাগেই) পোৱা এক বিষাক্ত পদাৰ্থ। অধ্যয়নত ইয়াৰ এন্টিমাইক্ৰ’বিয়াল আৰু এন্টি-কেন্সাৰ গুণ লক্ষ্য কৰা হৈছে যদিও অধিক মাত্ৰাত ই মানুহৰ বাবে বিষাক্ত, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা আৰু বিষক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। অত্যধিক পৰিমাণৰ অমিতাৰ গুটি সেৱন কৰিলে বমি, আৰু তাতোকৈ গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২. প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে অমিতাৰ গুটিয়ে বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত নিষেচনত বাধা দিব পাৰে। একেটা অধ্যয়নতে দেখা গৈছে যে অমিতাৰ গুটিৰ নিষ্কাশনৰ অধিক মাত্ৰাই শুক্ৰাণুৰ সংখ্যা আৰু গতিশীলতা হ্ৰাস কৰিব পাৰে, যাৰ ফলত সাময়িকভাৱে বন্ধ্যাত্ব হ’ব পাৰে। যদিও এই প্ৰভাৱ প্ৰধানকৈ জীৱ-জন্তুৰ ক্ষেত্ৰত দেখা যায়, তথাপিও গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰাসকলে বেছিকৈ অমিতাৰ গুটি খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে।

৩. পাচনতন্ত্ৰৰ অস্বস্তি

অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, গতিকে কোনোবাই যদি সামান্য পৰিমাণে খায় তেন্তে ই হজম শক্তিত সহায় কৰিব পাৰে। কিন্তু অত্যধিক সেৱনৰ ফলত পেট ফুলাৰ উপৰিও ডায়েৰিয়াৰ দৰে পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। সংবেদনশীল পাচনতন্ত্ৰ থকা লোকৰ অস্বস্তিৰ পৰা হাত সাৰিবলৈ ইয়াক সেৱন কৰাৰ পৰা বিৰত থকাটোৱেই উত্তম।

৪. এলাৰ্জী

যদিও বিৰল, কিছুমান লোকে অমিতাৰ গুটিৰ প্ৰতি এলাৰ্জিৰ  অনুভৱ কৰে। ইয়াৰ ফলত খজুৱতি, ফুলা, উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে ছালৰ ফোহা ওলাব পাৰে। যিসকল লোকৰ লেটেক্সৰ প্ৰতি এলাৰ্জী থাকে (যিহেতু পেপিয়াত লেটেক্সৰ দৰে যৌগ থাকে) এই গুটিবোৰ নাখাবলৈ পৰামৰ্শ দিয়া হয়।

৫. গৰ্ভৱতী মহিলাৰ ওপৰত নেতিবাচক প্ৰভাৱ

গৰ্ভৱতী মহিলাই অমিতাৰ গুটি খোৱাৰ সময়ত সাৱধান হ’ব লাগে কাৰণ এই গুটিত থকা কিছুমান যৌগ জৰায়ুৰ সংকোচনৰ কাৰণ বুলি ভবা হয়। ইয়াৰ ফলত অকাল জন্ম বা গৰ্ভপাতৰ দৰে জটিলতা আহিব পাৰে। গতিকে অমিতাৰ গুটি খোৱাৰ আগতে গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd