• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘাইপথ নিৰ্মাণ কৰা শ্ৰমিকে ৰান্ধি খালে পোহনীয়া কুকুৰ! দুখত ভাগি পৰিল গৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 6:17 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

চীন দেশৰ শ্বেনজেন প্ৰদেশৰ ঘাইপথৰ কৰ্মীসকলে এজন মানুহৰ পোহনীয়া কুকুৰ ৰান্ধি খোৱাৰ ঘটনা পোহৰলৈ আহিছে। কুকুৰটোৰ মালিক মালদ্বীপ ভ্ৰমণলৈ গৈছিল। সেই সময়ত তেওঁ কুকুৰটোক এটা আশ্ৰয় শিবিৰত এৰি থৈ যায়। অৱশ্যে ২৯ জানুৱাৰীত কুকুৰটোৱে তাৰ পৰা পলায়ন কৰে। কুকুৰটো মূলতঃ চীনা নৱবৰ্ষৰ আতচবাজীৰ শব্দত ভয় খোৱাৰ বাবে পলাই গৈছিল।

পাছত কুকুৰটোৰ মালিকে কুকুৰটোক বিচাৰি পোৱাৰ বাবে ৫০ হাজাৰ ইয়ান পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। অৱশ্যে মালিকে গম পোৱা নাছিল যে মৰমৰ কুকুৰটোক আনে ৰান্ধি খাইছে।

চাউথ চাইনা মৰ্নিং পোষ্টৰ বাতৰি অনুসৰি কুকুৰটোৱে পলায়ন কৰাৰ পাছত ঘাইপথত অকলে খোজ কাঢ়ি গৈ আছিল। সেই সময়ত এখন গাড়ীয়ে খুন্দা মাৰে। ইয়াৰ পাছতে পথৰ কাষত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল কুকুৰটো। চিচিটিভি ফুটেজত দেখা গৈছে যে হাইৱে পেট্ৰ’লৰ দুজন বিষয়াই কুকুৰটোক নিজৰ গাড়ীত লৈ গৈছিল। পাছত তেওঁলোকে নিজৰ কোম্পানীৰ পাকঘৰলৈ লৈ গ’ল। তাৰ পাছত ইয়াক ৰান্ধি আঠজন লোকক খুৱাই দিয়া হৈছিল।

সঁচা কাহিনী জানিব পাৰি পিছত কুকুৰটোৰ মালিকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “মোৰ মৰমৰ ইই ঘৰলৈ যোৱাৰ পথত গাড়ীয়ে খুন্দা মাৰিলে। তাক বচাব নোৱাৰাৰ বাবে দুঃখিত। মই তেওঁক সদায় মনত ৰাখিম।”

এই ঘটনা স্বীকাৰ কৰিছে ঘাইপথ কোম্পানী আৰু যান-বাহন আৰক্ষীয়ে। কোম্পানীটোৰ মালিকেও স্বীকাৰ কৰে যে তেওঁৰ কৰ্মচাৰীয়ে কুকুৰটো ৰান্ধি খাইছিল।

ইফালে কুকুৰটো ৰন্ধা পাকঘৰ আৰু ইয়াৰ লগত জড়িত সকলোৰে বিৰুদ্ধে তদন্ত অব্যাহত আছে। কুকুৰটোৰ মালিকে এই গোচৰত গোচৰ তৰিব বুলি জানিবলৈ দিয়ে।

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd