• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

ভাৰতত টেছলাৰ কাৰখানা নিৰ্মাণক লৈ আপত্তি! ট্ৰাম্পৰ মতে আমেৰিকাৰ প্ৰতি ‘অন্যায়’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 3:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ‘বন্ধুত্ব’ আৰু ভাৰত-আমেৰিকাৰ সুসম্পৰ্কতকৈ জন্মভূমি আমেৰিকাৰ স্বাৰ্থ বৃহত্তৰ। ড’নাল্ড ট্ৰাম্পে পুনৰ বুজাই দিলে সেই কথা। ট্ৰাম্পে ভাৰতত ইলন মাস্কৰ কোম্পানী টেছলাই ইলেক্ট্ৰিক গাড়ী নিৰ্মাণ কাৰখানা স্থাপন কৰাটো আমেৰিকাৰ স্বাৰ্থত “অন্যায়” আঘাত বুলি অভিহিত কৰে।

ইলন মাস্কে ফক্স নিউজত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সাক্ষাৎকাৰ দিয়ে। মাস্কে তাত কয় যে তেওঁ ভাৰতত এটা বৈদ্যুতিক গাড়ী নিৰ্মাণৰ কাৰখানা স্থাপন কৰি শ্ৰমিক নিয়োগ কৰিব। যিটোৰ ওপৰত ট্ৰাম্পে আচলতে আপত্তি কৰিছে।

Apply Now

বৰ্তমান বিশ্বৰ কেইবাখনো দেশৰ সৈতে শুল্ক যুদ্ধ চলাই আছে ট্ৰাম্পে। তেওঁ স্পষ্ট কৰি দিছে যে শুল্ক নীতিত আমেৰিকাৰ স্বাৰ্থই প্ৰথম স্থান লাভ কৰিব। একে সুৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতত মাস্কৰ কাৰখানা প্ৰতিষ্ঠাক কটাক্ষ কৰিছে।

মাস্কৰ সৈতে যৌথ বাৰ্তালাপত তেওঁ কয় যে মোডীৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰতীয় বজাৰত গাড়ীৰ ওপৰত বিপুল শুল্ক আৰোপ কৰাৰ তেওঁ প্ৰতিবাদ কৰিছে। ভৱিষ্যতে দুয়োখন দেশৰ সৈতে লাভজনক বাণিজ্যিক চুক্তিৰ কথাও চৰ্চা হৈছে।

মন কৰিবলগীয়া যে মোডীৰ সৈতে হোৱা বৈঠকত টেছলাৰ চিইঅ’ মাস্কেও ভাৰতৰ শুল্ক নীতিক সমালোচনা কৰিছিল। বৈদ্যুতিক বাহন আমদানিৰ ওপৰত ভাৰতৰ ১০০ শতাংশ শুল্ক আছে। ফলত দেশৰ গাড়ী নিৰ্মাণ কোম্পানীসমূহে টেছলাৰ দৰে বিশাল আৰ্থিক শক্তি থকা কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত বৰ্তি আছে।

মাস্কৰ দৰে ট্ৰাম্পেও বিশ্বৰ তৃতীয় বৃহত্তম গাড়ী বজাৰত ১০০ শতাংশ আমদানি শুল্ক লোৱাৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰিছে। কাৰণ টেছলাই আমদানি শুল্ক বচাবলৈ ভাৰতত গাড়ী নিৰ্মাণৰ কাৰখানা স্থাপন কৰিছে। ট্ৰাম্পৰ মতে ইয়াৰ ফলত আমেৰিকাৰ স্বাৰ্থৰ ক্ষতি হৈছে। তেওঁ কয় যে ইলন মাস্কৰ বাবে ভাৰতত গাড়ী বিক্ৰী কৰাটো “অসম্ভৱ” হৈ পৰিছে।

তেওঁ কয়, “প্ৰতিখন দেশেই আমাৰ সুবিধা লৈছে। তেওঁলোকে কৰ আৰোপ কৰি এই কাম কৰি আছে। গাড়ী বিক্ৰী কৰাটো কঠিন হৈ পৰিছে। বিশেষকৈ ভাৰতৰ দৰে দেশত।” ইয়াতে ক্ষান্ত নাথাকি তেওঁ কয়, ‘তেওঁ (এলন মাস্কে) যদি এতিয়া ভাৰতত এটা কাৰখানা নিৰ্মাণ কৰে, তেন্তে সেয়া ঠিকেই আছে, কিন্তু আমাৰ (আমেৰিকা)ৰ বাবে ই অন্যায়। ভেৰী আনফেয়াৰ।”

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতেও বিভিন্ন বিষয়ত বৈঠকত মিলিত হয়। কূটনীতিবিদসকলৰ মতে এই ভ্ৰমণৰ পিছত দুয়োখন দেশৰ সম্পৰ্কই এক বেলেগ মাত্ৰা লাভ কৰিছে। কিন্তু বন্ধুত্ব যিমানেই ঘনিষ্ঠ নহওক কিয়, শুল্ক নীতিৰ ক্ষেত্ৰত অটল ট্ৰাম্প। স্পষ্ট কৰি দিছে যে ভাৰত বন্ধু হ’লেও শুল্ক আৰোপ কৰিব। তেওঁৰ সৈতে শুল্ক সম্পৰ্কে কোনেও দৰদাম কৰিব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am
নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd