• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ দিনত হ্ৰাস ১৫ হাজাৰ হেক্টৰ কৃষি ভূমি; ৰাজ্যৰ নীতি প্ৰত্যাহাৰৰ দাবী ‘আপ’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 7:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্যত বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত অতি আশ্চৰ্যজনকভাৱে হ্ৰাস পাইছে কৃষি ভূমিৰ পৰিমাণ ৷ কৃষি নিৰ্ভৰ অৰ্থনীতিৰ ৰাজ্যখনত কৃষি ভূমিৰ পৰিমাণ সংকুচিত হোৱাটো উদ্বেগজনক বিষয়।” ৰাজ্য চৰকাৰৰ ভুলনীতিৰ ফলত কৃষিভূমি সংকোচনৰ বিষয়ত বৃহস্পতিবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সাংগঠনিক) ৰাজীব শইকীয়াই।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত শইকীয়াই কয়,” ২০১৬ – ২০১৭ বৰ্ষৰ পৰা ২০২২ – ২০২৩ বিত্তীয় বৰ্ষত ৰাজ্যখনত ১৪,৪১২ হেক্টৰ কৃষি ভূমি সংকুচিত হৈছে ৷ ৰাজ্যখনৰ মুঠ ভৌগোলিক আয়তন হৈছে, ৭৮, ৪৩, ৮০০ হেক্টৰ ৷ ইয়াৰে ৩০, ৯৯, ৯৯৬ হেক্টৰ কৃষি ভূমি যোৱা সাত বছৰত সংকুচিত হৈছে ৷ ফলত ৰাজ্যৰ কৃষি উৎপাদন হ্ৰাস পাইছে। কৃষক সকল ক্ষতিগ্ৰস্ত হৈছে।” 

Apply Now

আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক শইকীয়াই কয়, “কৃষকৰ কল্যাণৰ কথা কৈ ফুলজাৰি মাৰি ফুৰা অসমৰ বিজেপি চৰকাৰে কৃষি খণ্ডক ধ্বংস কৰিবলৈ গৈ আছে৷ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিম বুলি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহিছিল।’

আপৰ ৰাজ্যিক নেতাগৰাকীৰ প্ৰশ্ন, “অসমৰ কৃষক ৰাইজক বিজেপি চৰকাৰে আৰু কিমান মিছা প্ৰতিশ্ৰুতি দিব? আমাক উদ্যোগীকৰণ আৰু অন্যান্য উন্নয়ণমূলক কাম লাগে, কিন্তু কৃষি উপযোগী মাটি সংকোচন কৰি কৰা উদ্যোগীকৰণ আৰু উন্নয়ণ আমাক নালাগে ৷ বিজেপি চৰকাৰৰ কাৰ্যকালতেই সৰ্বাধিক পৰিমাণৰ কৃষি ভূমিৰ সংকোচন হৈছে।” 

আপৰ ৰাজ্যিক নেতা ৰাজীব শইকীয়াৰ দাবী ২০২৬ ত অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ নিৰ্বাচনত অসমত আপৰ চৰকাৰ প্ৰতিষ্ঠা হ’লে কৃষকৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দিব ৷ কৃষি ভূমি সংকোচন কৰা কাৰ্যৰ পৰা আপৰ চৰকাৰ আঁতৰি থাকিব বুলি অংগীকাৰ প্ৰকাশ কৰি শইকীয়াই কয়, ‘কৃষকৰ আয় ৩ – ৪ গুণ বৃদ্ধি কৰিবৰ বাবে আপৰ চৰকাৰে বিজ্ঞানসন্মত কাৰ্য প্ৰণালী ৰূপায়ণ কৰিব ৷ কৃষকসকলৰ বাবে কৰিবলগীয়া আপৰ মৌলিক কামটোৱেই হ’ব – কৃষকৰ প্ৰতি ডৰা খেতি পথাৰত বছৰৰ বাৰ মাহেই পানীৰ ব্যৱস্থা কৰা; যাতে কৃষকে সকলো মাহতে কৃষি কৰ্ম কৰিব পাৰে ৷ ইয়াৰ ফলত কৃষকৰ আয় ৩-৪ গুণ বৃদ্ধি হ’ব আৰু অসমৰ অৰ্থনীতি টনকিয়াল হ’ব ৷”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm
নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

August 6, 2026 5:48 pm
লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd