• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমানৱীয়! ফ্ৰান্সত চিকিৎসকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি ২৫৬জন শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 11:10 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসাৰ বাবে অহা কমেও ২৯৯ জন ৰোগীক ধৰ্ষণ বা যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। অভিযোগত উল্লেখ কৰা হৈছে যে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা বহু ৰোগী শিশু আছিল, আৰু ইয়াৰে অধিকাংশক অচেতন অৱস্থাত যৌন নিৰ্যাতন চলোৱা হৈছিল।

অভিযোগ উত্থাপন হোৱা চিকিৎসকজনৰ নাম জো ল’ স্কোৱাৰেনক। বৰ্তমান তেওঁৰ বয়স ৭৪ বছৰ। ২৫ বছৰতকৈও অধিক সময় তেওঁ অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ এজন অভিজ্ঞ আৰু প্ৰখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ। কিন্তু এই সুনামৰ আঁৰত আছিল এক ভয়ংকৰ মুখ! ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ নিজৰ ৰোগীক যৌন নিৰ্যাতন চলাই আহিছিল।

Apply Now

৭৪ বছৰীয়া চিকিৎসকগৰাকীৰ বিৰুদ্ধে ১১১টা ধৰ্ষণ আৰু ১৮৯টা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। শিশুসকল আছিল তেওঁৰ বিকৃত কামনাৰ মূল বলি। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইয়াৰে ২৫৬ জন ১৫ বছৰৰ তলৰ শিশু।

২০১৭ চনত চুবুৰীয়া ৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ পাছতে পোহৰলৈ আহিছিল চিকিৎসকগৰাকীৰ প্ৰকৃত স্বৰূপ। ২০২০ চনত প্ৰথমবাৰৰ বাবে কিশোৰীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ সময়তে তদন্ত আৰম্ভ হৈছিল। তাৰ পাছত এটাৰ পাছত এটা এটাকৈ অভিযোগ আহিবলৈ ধৰিলে, যিয়ে সমগ্ৰ ফ্ৰান্সক কঁপাই তুলিলে!

তদন্তৰ সময়ত আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা শিশু যৌন নিৰ্যাতনৰ বহু ছবি আৰু ভিডিঅ’ উদ্ধাৰ কৰে! ডায়েৰীখনত অপাৰেচনৰ সময়ত বা চিকিৎসাৰ অজুহাতত ৰোগীসকলক কেনেদৰে নিৰ্যাতন চলাইছিল সেই বিষয়ে বৰ্ণনা কৰা হৈছিল। তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে যৌন পুতলা, উইগ, শিশু পৰ্ণগ্ৰাফীৰ চিডি।

ফ্ৰান্স আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ ঘৰত অভিযান চলাই এখন ইলেক্ট্ৰনিক ডায়েৰী উদ্ধাৰ কৰে। এই ডায়েৰীখনত তেওঁ প্ৰায় তিনি দশকৰ সময়ছোৱাত অঞ্চলটোৰ চিকিৎসালয়ত শ শ ৰোগীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বিষয়ে লিখিছিল।

২৪ ফেব্ৰুৱাৰীৰ পৰা আদালতত তেওঁৰ বিচাৰ আৰম্ভ হোৱাৰ কথা। জোৱেলৰ বিচাৰ মুকলি আদালতত হ’ব। অৱশ্যে তেওঁৰ বিৰুদ্ধে সাক্ষীৰ সাক্ষ্য (যিসকল শিশু অৱস্থাত জোৱেলৰ নিৰ্যাতনৰ বলি হৈছিল) বন্ধ দুৱাৰৰ আঁৰত লোৱা হ’ব।

আৰক্ষীয়ে কয় যে, জেৰাৰ সময়ত জোৱে কেইবাটাও কাণ্ডৰ সৈতে জড়িত বুলি স্বীকাৰ কৰিছিল, আৰু পৰ্দাৰ আঁৰত নিৰ্যাতন চলাবলৈ ব্যৱহাৰ কৰা কৌশলৰ বিষয়েও মুকলিকৈ কয়।

নিৰ্যাতন চলোৱা ৰোগীসকলৰ গড় বয়স ১১ বছৰ। লগতে এবছৰীয়া শিশুক ধৰ্ষণ কৰাৰ লগতে ৭০ বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন হৈছে। ২০০৫ চনত শিশু পৰ্ণগ্ৰাফীৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতো ২০১৭ চনত গ্ৰেপ্তাৰ নোহোৱালৈকে স্কোৱাৰনেকে চৰকাৰী চিকিৎসালয়খনত কাম কৰি থাকিল।

২০০৫ চনৰ শেষৰ ফালে জোৱে শিশু যৌন নিৰ্যাতনৰ ছবি অনলাইনত আপলোড কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল। আদালতে তেওঁক চাৰি মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কিন্তু চিকিৎসক হিচাপে কাম কৰাত কোনো বাধা নাই। ২০১৭ চনত অৱসৰ লোৱালৈকে জোৱে কেইবাখনো চিকিৎসালয়ত কাম কৰিছিল।

১৯৮০ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত জোৰ তেওঁৰ তিনিজন পুত্ৰৰ জন্ম হয়। ২০০০ চনৰ আৰম্ভণিতে তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে। অৱশ্যে ২০২৩ চনলৈকে তেওঁলোকে বিবাহ বিচ্ছেদৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাছিল।

২০১৯ চনত জোৰ পত্নীয়ে (এতিয়া প্ৰাক্তন) এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ কেতিয়াও নিজৰ স্বামীক সন্দেহ কৰা নাছিল। যদিও জোৱেলে ওচৰ-চুবুৰীয়াৰ ল’ৰা-ছোৱালীবোৰলৈ অদ্ভুতভাৱে চাই থকা দেখিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd