• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ : সাংসদ ৰকিবুল হুছেইনক কৰা আক্রমণ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ কেইটিমান প্রশ্ন

অজিত কুমাৰ ভূঞা,  সদস্য, ৰাজ্যসভা by অজিত কুমাৰ ভূঞা, সদস্য, ৰাজ্যসভা
February 22, 2025 2:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ ৰূপহী অঞ্চলত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনৰ লগতে নিৰাপত্তাৰক্ষীক আততায়ীয়ে আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত কেইটামান প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। তলত অজিত কুমাৰ ভূঞাই উত্থাপন কৰা প্ৰশ্নসমূহ হুবহু তুলি ধৰা হ’ল

১) ৰকিবুল হুছেইনৰ দেহৰক্ষীগৰাকীক সেইদিনা নিৰ্মমভাবে আক্রমণ কৰা হৈছে। উত্তেজিত এটা গুণ্ডাবাহিনীয়ে পুলিচ পোছাক পৰিহিত দেহৰক্ষীগৰাকীক চৰ, লাঠ, ভুকু সকলো শোধাইছে। এজন কৰ্তব্যৰত পুলিচক কৰা আক্রমণ সকলো পুলিচৰ বাবে চৰম অপমানজনক নহয়নে? এনে ঘটনা অন্য ৰাজ্যত হোৱা হ’লে কি হ’লহেতেন?

২) অসমৰ ৰাইজে এই ঘটনাক তীব্র নিন্দা কৰিছে। ইমানৰ পিছতো দেখা গৈছে যে অসম পুলিচে মৌনতা অৱলম্বন কৰিছে৷ শাসক দলৰ পৃষ্ঠাপোষকতা অবিহনে এনে আক্ৰমণ কেতিয়াও সম্ভব নহয়। আচৰিত কথা যে, চৰম এই দুৰ্ভাগ্যজনক ঘটনাটোৰ প্রতি অসম পুলিচে এতিয়ালৈকে কোনো অফিচিয়েল ষ্টেটমেন্ট দিয়া আমাৰ চকুত পৰা নাই। এসময়ত সুনাম থকা অসম পুলিচ সম্প্রতি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে,যাৰ বাবে আইনৰ শাসন এতিয়া সুদূৰপৰাহত।

Apply Now

৩) ৰকিবুল হুছেইনৰ দেহৰক্ষীগৰাকীৰ কাৰ্বাইন কাঢ়ি লব খোজাটো সাধাৰণ ঘটনা নহয় । গুণ্ডাবাহিনীৰ ওপৰত চৰকাৰৰ আশীৰ্বাদ অবিহনে এই ভয়াবহ কাম কেতিয়াও সম্ভব নহয়।

৪) অসম পুলিচৰ ওপৰমহলৰ বিষয়াসকললৈ উষ্মা প্রকাশ কৰি এটা কথা কব খুজিছো, মনে মনে থাকি আপোনালোকে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত এনে ঘৃণনীয় কাৰ্য্যকো পৰোক্ষভাবে সমৰ্থন জনোৱা নাইনে?এবাৰ ভালদৰে ভাবি চাওক। পুলিচৰ খাকীত গোৰ মাৰিছে। কথাটো কিমান ভয়াবহ এবাৰ ভাবি চাওক, নহলে এদিন আপোনালোকৰ গাতো সেই গোৰ আহি পৰিবহি!

৫) মনত ৰখা ভাল যে অসম পুলিচৰ প্রতি ৰাইজৰ আস্থা দ্ৰুতগতিত কমি আহিছে। ইয়াৰ বাবে দায়ী কোন? এচাম উচ্চপদস্থ পুলিচ বিষয়া নহয়নে ? ঘটনাটোৱে অসম পুলিচৰ অসহায় ৰূপটোকে আকৌ প্রকট কৰি তুলিলে।

https://www.facebook.com/AjitKrBhuyanMP/posts/pfbid033Fh8Xi1SmKLn14zfGKZKR1R5NFRRYkahpQEPoaveL6EpDqeH2u5z5ujbCBgcmcnAl?__cft__[0]=AZUgJMSoznIVJrelEf4wFNi6z5-XKgY4kUWl2eJILNeUO5G8Y-gqn8R3yIc0q8WtpNWfGExpe9-unExUkkKLl6KGRZCYYWEPhB-AiPd-p9hzy0PC7PLHmZmBr5c7s1s2HC40UiPCmHZjpyb16v8XP1BRuRO-P482CsQ-LOXz80qFiOwIc80wPJt3u2zMWE4XYHw&__tn__=%2CO%2CP-R
অজিত কুমাৰ ভূঞা,  সদস্য, ৰাজ্যসভা

অজিত কুমাৰ ভূঞা, সদস্য, ৰাজ্যসভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd