• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হস্তী-মানৱৰ সংঘাত : গোসাঁইগাঁৱত বন্যহস্তীৰ আক্ৰমণত কিশোৰীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 7:32 pm
130
VIEWS
Share on FacebookShare on Twitter

কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ মাইনাগুৰি গাঁৱৰ ডুমৰুগুৰি অঞ্চলত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই এগৰাকী কিশোৰীয়ে।

মৃত ফুংজা মুছাহাৰী নামৰ কিশোৰীগৰাকী এগৰাকী ছাত্ৰী।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বনৰীয়া হাতীটোৱে ফুংজাক মাৰাত্মকভাৱে আক্ৰমণ কৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে চলিত মাহত অঞ্চলটোত এইটো দ্বিতীয়টো হাতীৰ আক্ৰমণ। চলিত মাহৰ ১৩ তাৰিখে বনাগাঁৱত একেধৰণৰ আক্ৰমণত সত্যৱতী বসুমতাৰী নামৰ এগৰাকী বৃদ্ধাই প্ৰাণ হেৰুৱাইছিল।

এই অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছে হাতী-মানুহৰ সংঘাত। এই অঞ্চলটোৰ কাষতে আছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু এই অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।

Recent News

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd