• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকা আৰু ব্ৰিটেইনৰ পিছত জাৰ্মানীয়েও ঘূৰাই পঠাব ভাৰতীয়ক! সোঁপন্থীৰ জয়ে বৃদ্ধি কৰিছে উদ্বিগ্নতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 7:58 am
309
VIEWS
Share on FacebookShare on Twitter

ভোটদানৰ পূৰ্বে সকীয়াই দিছিল ড’নাল্ড ট্ৰাম্পে। সেইদৰে আমেৰিকাৰ বায়ুসেনাই অবৈধ ভাৰতীয়ক বিমানত তুলি ভাৰতলৈ ঘূৰাই পঠিয়াইছে। ব্ৰিটেইনতো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰা হৈছে। ভাৰতীয়সকলকো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰত্যাৰ্পণো আইন অনুসৰি কৰা হ’ব।

শেহতীয়াকৈ ফ্ৰেড্ৰিখ মাৰ্জৰ নেতৃত্বত জাৰ্মানীত কঠোৰপন্থীসকল ক্ষমতালৈ আহিছে। নতুন সোঁপন্থী চৰকাৰে সীমান্ত নিয়ন্ত্ৰণ, শৰণাৰ্থী আইন, অনুপ্ৰৱেশকাৰীৰ বাবে সামাজিক সুবিধা আদিৰ ক্ষেত্ৰত কঠোৰ নীতি ঘোষণা কৰিছে।

এই ঘটনাক লৈ তাত বসবাস কৰা ভাৰতীয় সকলে বিপদৰ আশংকা দেখিছে। আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে জাৰ্মানীয়েও এতিয়া ভাৰতীয়সকলক দেশান্তৰ কৰিব বুলি আশংকা কৰা হৈছে।

যোৱা মাহত মাৰ্জে নিৰ্বাচনৰ পূৰ্বে অনুপ্ৰৱেশ ৰোধৰ বাবে পাঁচ দফীয়া পৰিকল্পনা ঘোষণা কৰিছিল। সেই পৰিকল্পনাত চুবুৰীয়া দেশৰ সৈতে কঠোৰ সীমান্ত চুক্তি অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ এটা লক্ষ্য আছিল অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা। ইয়াৰ উপৰিও শৰণাৰ্থী আইন কঠোৰ কৰা আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে সামাজিক সুবিধা হ্ৰাস কৰা।

কেৱল আইনী অনুপ্ৰৱেশকাৰীয়েহে তাত সকলো সামাজিক সুবিধা লাভ কৰিব। অনুপ্ৰৱেশ ৰোধৰ বাবে কঠোৰ আইনী ব্যৱস্থাৰো আহ্বান জনোৱা হৈছে। জাৰ্মানীত অনুপ্ৰৱেশ ৰোধ কৰিবলৈ চুবুৰীয়া দেশসমূহৰ সৈতে যৌথ নিষ্পত্তি বিচাৰে মাৰ্জে।

এতিয়ালৈকে জাৰ্মানী ইউৰোপৰ অন্যতম উদাৰপন্থী দেশ আছিল। ভাৰতকে ধৰি বিভিন্ন দেশৰ পৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা কম নহয়। সামাজিক সুবিধাকে ধৰি বিভিন্ন বিষয়ত এইবাৰ তেওঁলোক চাপত পৰিব বুলি ধাৰণা কৰা হৈছে।

অনুপ্ৰৱেশকাৰী ছাত্ৰ-ছাত্ৰী আৰু প্ৰব্ৰজিত শ্ৰমিকসকলো বিপদত পৰাৰ সন্দেহ কৰা হৈছে। মুঠতে সোঁপন্থী ফ্ৰেড্ৰিখ মাৰ্জৰ একাধিক সিদ্ধান্তই আমেৰিকা আৰু ব্ৰিটেইনৰ পিছত জাৰ্মানীত বসবাস কৰা ভাৰতীয়ৰ এটা অংশৰ বাবে নিদ্ৰাহৰণ কৰি তুলিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd