• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুটা ইন্টাৰ্নশ্বিপ পদৰ বাবে ১২০০ আবেদনকাৰী! ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ চিইঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 12:41 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুটা চাকৰি। সেইটোও আকৌ ইন্টাৰ্নশ্বিপ। আবেদনকাৰীৰ সংখ্যা হৈছে ১২০০ জন। আনমেনড ডাইনেমিক্সৰ চিইঅ’ তথা বিজ্ঞানী শ্ৰীনাথ মল্লিকাৰ্জুনে তেওঁৰ কোম্পানীৰ ভাৰতীয় শাখাত চাকৰি প্ৰত্যাশীৰ ভিৰ দেখি উদ্বেগ প্ৰকাশ কৰিছে।

ভাৰতৰ জনসংখ্যাৰ বিশাল চাপ আৰু নিবনুৱা সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ লিখিছে, “জনসংখ্যাৰ চাপৰ বাবে ভাৰত দুৰ্যোগৰ দিশে আগবাঢ়িছে।” শ্ৰীনাথ মল্লিকাৰ্জুনে দেশৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বল অৱস্থাৰ বিষয়েও মাত মাতিছে।

Apply Now

মল্লিকাৰ্জুনে ছ’চিয়েল মিডিয়াত লিখিছে, “মই ভাবো ভাৰতত কৰ্মসংস্থাপন আৰু যোগ্য শ্ৰমিকৰ অভাৱে নিবনুৱা সমস্যাক গুৰুতৰ স্তৰলৈ লৈ গৈছে।” দেশৰ আগশাৰীৰ সংবাদ মাধ্যমে এই কথা ক’বলৈ ভয় কৰে। আমাৰ কোম্পানীৰ ভাৰতীয় শাখাত দুটা ইন্টাৰ্ণ পদ খালী আছিল। সেই পদৰ বাবে ১২০০ লোকে আবেদন কৰিছিল। ইয়াৰে ২০ জনক আমি পৰীক্ষাৰ অন্তিম পৰ্যায়ৰ বাবে বাছি লৈছো।’

বিষয়টো যে কিমান ভয়ংকৰ সেই কথা উল্লেখ কৰি ছচিয়েল মিডিয়াত মল্লিকাৰ্জুনে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনিগত পাঁচটা ত্ৰুটি তুলি ধৰিছে। সেইবোৰ হৈছে…

১. বেছিভাগ আই আই টিৰ ছাত্ৰ-ছাত্ৰীয়ে জে ই ই উত্তীৰ্ণ হোৱাৰ পিছত পঢ়া বন্ধ কৰি দিয়ে। ফলত বাস্তৱ জগতত চাকৰিৰ বাবে অযোগ্য হৈ পৰে।

২. ব্যক্তিগত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে উপযুক্ত শিক্ষা প্ৰদান কৰাত ব্যৰ্থ হয়।

৩. বেছিভাগ ক্ষেত্ৰতে স্নাতকসকলে কোনো প্ৰকৃত জ্ঞান লাভ নকৰাকৈয়ে ডিগ্ৰী লাভ কৰে।

৪. অনুন্নত পাঠ্যক্ৰম, ভিত্তিহীন পৰীক্ষা, অযোগ্য শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে এক বৃহৎ সমস্যা।

৫. ফলত লাখ লাখ স্নাতক কল চেণ্টাৰ, বেক অফিচ, কেৰাণীৰ চাকৰিৰ বাবে উপযুক্ত। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভৱিষ্যতে এই চাকৰিবোৰ নোহোৱা হ’বলৈ গৈ আছে।

দেশৰ অকাৰ্যকৰী শিক্ষা ব্যৱস্থাৰ এনে এক অন্ধকাৰ ছবি তুলি ধৰি মল্লিকাৰ্জুনে লিখিছে, “জনসংখ্যা বৃদ্ধি যিকোনো দেশৰ বাবে অতি উপকাৰী দিশ, কিন্তু ভাৰতৰ ক্ষেত্ৰত ই দুৰ্যোগৰ ইংগিত দিয়ে।” ছাত্ৰ-ছাত্ৰীক তেওঁৰ পৰামৰ্শ যে তেওঁলোকে কেৱল পাঠ্যপুথিয়েই নহয়, বিষয়টোৰ ওপৰত ভাল বিদেশী কিতাপও পঢ়িব লাগে। বুদ্ধিহীনসকলৰ দৰে পৰম্পৰাগত শিক্ষাৰ বাহিৰলৈ গৈ তেওঁ হাতে কামে শিক্ষণত গুৰুত্ব দিয়াৰ পৰামৰ্শ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd