• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উচ্চতম ন্যয়ালয়ৰ শুনানি …

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 6:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ মে মাহৰ পৰা ২০২২ৰ আগষ্টৰ ভিতৰত অসমত সংঘটিত ১৭১টা ভুৱা এনকাউণ্টাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি সংৰক্ষিত ৰাখিছে দেশৰ শীৰ্ষ আদালতে।

অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিংৰে গঠিত বিচাৰপীঠক আৱগত কৰে যে অসম চৰকাৰে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত পিইউচিএল বনাম মহাৰাষ্ট্ৰ গোচৰত নিৰ্ধাৰিত ২০১৪ চনৰ নিয়মাৱলী মানিচলা মানিচলা হৈছিল।

Apply Now

তেওঁ এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া সকলৰ ওপৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত স্বতন্ত্ৰ তদন্ত হ’ব লাগে আৰু সেই বিষয়া সকলৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবৰ বাবে আহ্বান জনায়৷

আবেদনকাৰীয়ে ২০২৩ চনৰ জানুৱাৰী মাহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এনকাউণ্টাৰক লৈ ব্যৱস্থা গ্ৰহণৰ বাবে পিআইএল খাৰিজ কৰা আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল৷

অসম চৰকাৰৰ শপতনামা অনুসৰি উক্ত সময়ছোৱাত ১৭১টা এনকাউণ্টাৰ সংঘটিত হয়, যাৰ ফলত ৫৬জন লোকৰ মৃত্যু আৰু ১৪৫জন লোক আহত হয়। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পৰিস্থিতি অতি গম্ভীৰ বুলি অভিহিত কৰি অসম চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছিল৷

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে তেওঁলোকে ব্যক্তিগত গোচৰৰ গুণগত মান মূল্যায়নৰ পৰিৱৰ্তে ন্যায় বহিৰ্ভূত হত্যাকাণ্ডৰ ক্ষেত্ৰত ২০১৪ চনৰ নিৰ্দেশনা পালনৰ দিশটোহে বিচাৰ কৰিব।

আনাহতে আবেদনকাৰীয়ে গাইডলাইনৰ গুৰুতৰ উলংঘাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ভুৱা এনকোউণ্টাৰ সৈতে জড়িত আৰক্ষী বিষয়াৰ পৰিৱৰ্তে, ভুক্তভোগীৰ বিৰুদ্ধেহে এফ আই আৰ দাখিল কৰা হৈছে বুলিও দাবী উত্থাপন কৰিছে।

আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে আলোকপাত কৰে যে ২০২১ চনৰ মে’ মাহৰ পৰা আবেদন দাখিলৰ ভিতৰত ৮০টাতকৈ অধিক ভুৱা এনকাউণ্টাৰৰ ফলত ২৮ জন লোকৰ মৃত্যু হৈছে।উল্লেখ্য যে আদালতৰ ৰায়ে গোচৰসমূহৰ স্বতন্ত্ৰ তদন্তৰ লগতে ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ সুৰক্ষাৰ মাজত সন্তোলন ৰক্ষা কৰা দিশটো সম্বোধন কৰিব৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd